নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত-শ্ৰীলংকাৰ খেল উপভোগ কৰিবলৈ যোৱাৰ পূৰ্বে মন দিয়ক এই চাৰিটা কথা…

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ আজি বৰ্ষাপাৰাত অুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই মেচখনক লৈ ইতিমধ্যে ৰাজ্যজুৰি ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎসা–উদ্দীপনা বিৰাজ কৰিছে ৷ পিচে খেল উপভোগ কৰিবলৈ…

আজি বছৰটোৰ প্ৰথমখন টি-২০; ভাৰত–শ্রীলংকাৰ যুঁজক লৈ গুৱাহাটীত ক্রিকেট উন্মাদনা

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে ৰাজ্যৰ চৌদিশ উত্তাল কৰি ৰখাৰ সময়তে আজি বৰ্ষাপাৰাত অুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ মাজত প্ৰথমখন টি-২০ মেচ । সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই মেচখনক লৈ ইতিমধ্যে…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৭, সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ কুগ্রহৰ প্রভাৱে সন্তানৰ ক্ষতি কৰিব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢ়ালি লক্ষ্মীনাৰায়ণক স্মৰণ কৰিব৷ বৃষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৯,…

মৈৰাবাৰীত পথ দুৰ্ঘটনাঃট্ৰাকৰ খুন্দাত নিহত ৫

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ মৈৰাবাৰী ত ভয়ানক পথ দুর্ঘটনা। মৈৰাবাৰী গাঁও পঞ্চায়তৰ কাষত তীব্ৰ বেগত আহি থকা AS02E6266 নম্বৰৰ ট্ৰাকৰ খুন্দাত থিতাতে ৫ জন নিহত হয় আৰু আন ৩ জন গুৰুত্ব ভাবে আহত হয়। আহত কেইজনক মৈৰাবাৰী এফ আৰ ইউ ত ভৰ্তি কৰোৱা হয় যদিও…

মাজুলীৰ এখন বিদ্যালয়ত উদযাপন হৈছে চুঙাপিঠা উৎসৱ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ সাম্প্ৰতিক সময়ত অসমৰ গ্ৰামীণ সমাজৰ পৰা হেৰাই গৈছে বহু পৰম্পৰা। হেৰাই গৈছে জুহাল আৰু পাকঘৰ। অসমীয়াৰ জুহালৰ লগত সংযুক্ত হৈ আছিল। জুহাল অসমীয়া সমাজৰ বহু পুৰণি সংস্কৃতি । এই জুহালৰ অভাৱত হেৰাই গল এসময়ৰ প্ৰতিটো অসমীয়া…

কা বিষয়ে নাজানো গতিকে একো মন্তব্য নকৰোঃকোহলি

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অহা ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাত শ্ৰীলংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হব টি-২০ মেচ। এই উপলক্ষে ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয় সংবাদ মেলত ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কয় যে নাগৰিকত্ব সংশোধনী আইন…

ইতিহাস অধ্যয়ন নকৰাকৈ কথা ক’লে ইতিহাসে ক্ষমা নকৰেঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কংগ্ৰেছ আৰু বাওঁপন্থীৰ দৰে আমাৰ চৰিত্ৰ নহয়, জন্মৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ হৈ মাত মাতি আহিছে । ৬ বছৰীয়া অসম আন্দোলনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় অটল বিহাৰী বাজপেয়ী দেৱে অসমৰ ৰাইজৰ হৈ আন্দোলনত…

অতি সোনকালে বজাৰলৈ আহি আছে এছ পেনৰ সৈতে ছেমচাঙৰ গেলেক্সী নোট ১০ লাইট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ দক্ষিণ কোৰিয়াৰ মবাইল ফোন প্ৰস্তুত কৰোতা কোম্পানী ছেমচাঙে গেলেক্সী নোট ১০ লাইট স্মাৰ্ট ফোন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু ছেমচাঙে এতিয়ালৈকে এই স্মাৰ্ট ফোনটোৰ দাম ঘোষণা কৰা নাই। এই ফোনটো দুটা বৈশিষ্ট্য উপলব্ধ…

অসমত বিজেপিয়ে বিকাশৰ গংগা বোৱাইছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল বুথ সন্মিলন। সন্মিলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি বহু বিজেপিৰ নেতা উপস্থিত থাকে। সন্মিলনত মন্ত্ৰী…

হোজাইৰ অৰণ্য মানৱ চামুচল হক চৌধৰীৰ কথাৰে…

কিশলয় দেৱগোস্বামী এই বিনন্দীয়া ধৰাখন মানুহ আৰু সকলো জীৱৰ বাসোপযোগী ধুনীয়া ধৰণী হৈ থকাৰ মূলত যে গছ–গছনি সেই কথাত সম্ভৱত কাৰো দ্বিমত নাথাকিব৷ গছ–গছনি প্রকৃতিৰ প্রাণ৷ গছৰ এই গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি চৰকাৰৰ এটা বিয়াগোম বিভাগ আছে, বন বিভাগ৷…