লক্ষীপুৰত অবৈধ ইটাভাতাৰ ৰমৰমীয়া বেহা
নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্র এলেকাত গঢ়ি উঠা অবৈধ ইটাভাতাৰ ফলত ক’লা ধোঁৱাই ছানি ধৰিছে লক্ষীপুৰৰ আকাশ–বতাহ ৷ প্রাপ্ত তথ্য মতে ২০০৫ চনতেই চৰকাৰে অবৈধ ইটাভাতা বন্ধ কৰি দিছে যদিও লক্ষীপুৰ ৰাজহ চক্রৰ অন্তর্গত…