নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন যুঁজৰ অক্লান্ত যোদ্ধা লোহাৰঘাটৰ দ্বিপেন কছাৰী

নুৰুল ইছলাম  সাহসেৰে আগুৱাব পাৰিলে লক্ষ্য নেহেৰুৱায়৷ সাহস আৰু মনৰ প্রবল ইচ্ছা শক্তিৰ ওচৰত যিকোনো প্রতিবন্ধকতাই হাৰ মানিবলগীয়া হয়৷ ইয়াৰ বাবে লাগে নিজৰ মনৰ সুশৃংখলিত সংকল্প৷ তেনে এগৰাকী দৃঢ়মনৰ প্রবল আত্মবিশ্বাসী যুৱক হ’ল দ্বিপেন চন্দ্র…

ককয়াৰ বস্ত্ৰ উদ্যোগে মোকলাইছে স্বাৱলম্বিতাৰ পথ

অৰূপ ৰঞ্জন বৰ্মন, নলবাৰী বিংশ শতিকাৰ শেষৰ পিনে বস্ত্র উৎপাদনৰ ক্ষেত্রত এটা নৱজাগৰণৰ সৃষ্টি হৈছিল৷ এই বস্ত্র শিল্পই আমাৰ আর্থ–সামাজিক ক্ষেত্রখনত এক প্রভুত বৰঙণি দিবলৈ সক্ষম হৈছে৷ গৌৰৱোজ্জ্বল ছশ বছৰীয়া আহোম ৰাজত্বকালত স্বর্গদেউ ৰুদ্রসিংহৰ…

বেতৰ উদ্যোগেৰে সফলতাৰ বাটত যোৰহাটৰ দেৱাশিস খাউণ্ড

হেমেন দাস, ককিলামুখ  কিবা এটা কৰাৰ মন থাকিলে যে অর্থ অন্তৰায় হ’ব নোৱাৰে সেয়াই কৰি দেখুৱালে যোৰহাটৰে এজন যুৱকে৷ চিৰতীয়া গাঁৱৰ এই যুৱকজনৰ নাম দেৱাশিস খাউণ্ড৷ আজি যুৱকজনে থলুৱা শিল্পকর্মৰে স্বাৱলম্বিতাৰ এক নিদর্শন দাঙি ধৰিছে৷ যুৱকজনে যিটো…

ৰেপিড’ৰ বৰ্ষপূৰ্তিত গ্ৰাহক সমাৰোহ

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অলপতে গুৱাহাটী চহৰত ৰেপিড’ মটৰচাইকেল বাহন ব্যৱস্থাই এবছৰ সম্পূর্ণ কৰে আৰু চহৰখনত তেওঁলোকৰ প্রথমটো বর্ষপূর্তি উপলক্ষে ৰেপিড’ৰ বিষয়ববীয়াসকলে ৫০জনৰো অধিক গ্রাহকৰ লগত বার্তালাপ কৰি তেওঁলোকৰ মতামত গ্রহণ কৰে৷ তেওঁলোকে…

গুৱাহাটীত উপস্থিত টীম ইণ্ডিয়াৰ অন্যতম সমৰ্থক সুধীৰ কুমাৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ভাৰত-শ্ৰীলংকাৰ টী ২০ মেচৰ বাবে ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে দুয়োটা দলৰে খেলুৱৈসকল । খেলুৱৈসকলৰ সমান্তৰালকৈ এতিয়া অত্যন্ত উৎসাহী হৈ পৰিছে সমৰ্থক আৰু ক্ৰীড়াপ্ৰেমীসকল । ইতিমধ্যে…

প্ৰথম দিনা অসমৰ সংগ্ৰহ ২৩৭/৫

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ ক্রিকেট অনুৰাগীৰ দীর্ঘদিনীয়া প্রত্যাশা পূৰণ কৰি প্রথম শ্রেণীৰ ক্রিকেটত প্রথমটো শতক অর্জন কৰিলে অসমৰ সম্ভাৱনাময় তাৰকা ৰিয়ান পৰাগে৷ উত্তৰাখণ্ডৰ বিৰুদ্ধে ডেৰাডুনত শনিবাৰৰ পৰা আৰম্ভ হোৱা ৰঞ্জি ট্রফীৰ ‘চি’ গ্রুপৰ…

‘কা’ বিৰোধী প্ৰতিবাদৰ মাজতে আজি বিজেপিৰ শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত থকা কা বিৰোধী আন্দোলনৰ মাজতে শক্তি প্ৰদৰ্শনৰ বাবে সাজু হৈছে শাসকীয় বিজেপি । আজি মহানগৰীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ ৰাজনৈতিক ইতিহাসত সৰ্ববৃহত সাংগঠনিক সভা অনুষ্ঠিত হ'ব । মুখ্যতঃ ২০২০ চনৰ বাবে…

ধর্ম অবিহনে ৰাজনীতি বিবেকহীন–অর্থহীন

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ৰাজনৈতিক দলৰ নীতি–নিয়ম, আচৰণবিধি আদিক ধর্মৰ সৈতে তুলনা কৰি বিজেপিৰ কার্যকৰী সভাপতি জে পি নাড্ডাই আজি মন্তব্য কৰে যে ধর্ম অবিহনে ৰাজনীতি অর্থহীন ৷ বদোদৰাত স্বামীনাৰায়ণ পন্থৰ এক সমাৰোহত ভক্তসকলক উদ্দেশ্যি জে পি…

২০১৯ৰ নৱেম্বৰত মহাৰাষ্ট্রত ৩০০ জন খেতিয়কৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মহাৰাষ্ট্রত কৃষকৰ আত্মহত্যাৰ ঘটনা ক্রমাৎ বৃদ্ধি পাইছে ৷ ৰাজ্যখনৰ ৰাজহ বিভাগৰ তথ্য মতে, ২০১৯ চনৰ নৱেম্বৰত ৰাজ্যখনত ৩০০জন খেতিয়কে আত্মহত্যাৰ পথ বাছি লৈছে ৷ ইয়াৰে মাৰাঠৱাড়া অঞ্চলত বিশেষকৈ ৮খন জিলাত বিগত বর্ষৰ…

নাগৰিকত্ব আইনে হিন্দু–মুছলমান দুয়ো সম্প্রদায়কে আঘাত কৰিছে

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে সংশোধিত নাগৰিকত্ব আইনক কেন্দ্র কৰি চলি থকা প্রতিবাদ আৰু চৰকাৰৰ আঁকোৰগোজ মনোভাবক লৈ উদ্বেগ প্রকাশ কৰিছে ৷ পাকিস্তানত থকা হিন্দু লোকসকলৰ ফালে মনোনিৱেশ কৰাৰ বিপৰীতে…