বিপর্যয় সৃষ্টি কৰিব পাৰে হিমালয়ৰ পাঁচ সহস্রাধিক হিমবাহে
নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে হিমালয়ৰ পাঁচ সহস্রাধিক তুষাৰাবৃত জলাশয়লৈ নামি আহিছে বিপর্যয় ৷ শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে যে ব্যাপক হাৰত হিমবাহৰ গলনৰ বাবেই সুউচ্চ হিমালয়ৰ এই জলাশয়বোৰত অত্যধিক পানী জমা হৈছে ৷…