নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Sony Tv ৰ হিন্দী চিৰিয়েলৰ মুখ্য ভূমিকাত কোন এই অসম জীয়ৰী ?

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যখনৰ বহু প্ৰতিভাই নিজ অধ্যাৱসায় আৰু সাধনাৰ জড়িয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰাই নহয় নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ মাৰ্ঘেৰিটাৰ এগৰাকী যুৱতীয়ে নিজ অভিনয় প্ৰতিভাৰ জৰিয়তে Sony TV…

হাতী-মানুহৰ সংঘাত, অতিষ্ঠ সাধাৰণ জনতা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে হাতী-মানুহৰ সংঘাত। পথাৰৰ ধানেই নহয় এতিয়া ভঁৰালৰ ধান খাই তহিলং কৰিছে হাতীৰ জাকে। গোৱালপাৰাৰ চোৰকপাৰাত বন্যহস্তীৰ প্ৰায় ৩০-৩৫টা হাতীৰ এটা জাকে তহিলং কৰে ধাননি পথাৰৰ লগতে পথাৰৰ পৰা…

আহমেদাবাদত মাতৃদুগ্ধ দানৰ বাবেই নতুন বেংক

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ অসহায়া মাতৃৰ দুর্গত শিশুলৈ মাতৃদুগ্ধ দান কৰাৰ এক অগতানুগতিক প্রচেষ্টা আৰম্ভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ একাংশ মহিলাই৷ যিসকল শিশুৰ মাতৃ শাৰীৰিকভাৱে অসুস্থ বা যিসকলে নিজৰ শিশুক নিজৰ স্তনৰ দুগ্ধ পান কৰাবলৈ সক্ষম হোৱা…

বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ ভাল খবৰ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নৱবৰ্ষৰ আৰম্ভণিতে অসমবাসীৰ বাবে এটা ভাল খবৰ। বিগত কেইবাবছৰ ধৰি কাজিৰঙাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছিল গঁড় হত্যাৰ ঘটনা। কিন্ত লক্ষণীয়ভাৱে গঁড় হত্যাৰ সংখ্যা কমিছে কাজিৰঙাত। ২০১৯ বৰ্ষত ৩টা গঁড় হত্যা হৈছে কাজিৰঙাত আৰু…

চিৰিয়াখানাৰ উন্নয়নৰ বাবে ৩১.৩৯ লাখৰ অনুদান গুৱাহাটী ৰিফাইনেৰীৰ

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ বাবে এটা সুখবৰ৷ বৃহস্পতিবাৰে অসম ৰাজ্যিক চিৰিয়াখানা আৰু গুৱাহাটী শোধনাগাৰৰ মাজত স্বাক্ষৰিত হয় এক বুজাবুজিৰ চুক্তি৷ এই চুক্তি অনুসৰি গুৱাহাটী ৰিফাইনেৰীয়ে চিএছআৰৰ অধীনত চিৰিয়াখানাক প্রদান…

মহানগৰীৰৰ ১০ শিক্ষানুষ্ঠানত ফিট ইণ্ডিয়া স্কুল সপ্তাহ আৰম্ভ

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ ১০খন নির্বাচিত শিক্ষানুষ্ঠানত বৃহস্পতিবাৰৰ পৰা অহা ৭ জানুৱাৰীলৈ ফিট ইণ্ডিয়া স্কুল সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে৷ শিক্ষানুষ্ঠানকেইখন হ’ল– ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্যামভূমি উচ্চ…

ডিচেম্বৰত দেশত নিবনুৱাৰ হাৰ ৭.৭ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ অৰ্থনৈতিক জটিলতা আৰু ঔদ্যোগিক বিকাশৰ হাৰ নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিততে সংস্থাপনত নেতিবাচক প্ৰভাৱ পৰিছে । বিগত বৰ্ষৰ নৱেম্বৰৰ তুলনাত ডিচেম্বৰত নিবনুৱাৰ হাৰ বৃদ্ধি পোৱাটোতে সেয়া প্রতিফলিত হৈছে৷ দেশৰ মুঠ ঘৰুৱা…

ক’ত হেৰাল আৰবত কৰ্মৰত ডিব্রুগডৰ পংকজ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ছৌদি আৰবত কর্মৰত আছিল ডিব্রুগড়ৰ এইজন অভিযন্তা৷ কিন্তু কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা ছৌদি আৰবৰ ৰিয়াধ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ পৰাই ৩১ বছৰীয়া পংকজ চুতীয়া যোৱা ২৮ ডিচেম্বৰ, ২০১৯ৰ পৰা হঠাৎ সন্ধানহীন হৈ পৰা…

পশ্চিমবংগ–ঝাৰখণ্ড-ওড়িশা-উত্তৰ পূবৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ দেশজুৰি অব্যাহত থকা কা বিৰোধী আন্দোলন প্ৰতিহত কৰাৰ বাবে সজাগতা অভিযান চলাব বিজেপিয়ে । দেশৰ ৰাজ্যসমূহৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকলক দলে এই অভিযানৰ নেতৃত্ব দিছে । অহা ৫ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে চলিব এই সজাগতা…

মহানগৰীত ক্ৰিকেট উন্মাদনাঃ ইতিমধ্যে ২৭ হাজাৰ টিকট বিক্ৰী

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’ব ভাৰত–শ্রীলংকাৰ টি–২০ মেচ ৷ ইপিনে দেওবাৰৰ এই টি–২০ মেচৰ দিন চমু চাপি অহাৰ লগে লগে টিকট বিক্রীৰ পৰিমাণ ক্রমাৎ বৃদ্ধি পোৱা দেখা গৈছে৷ ৩০০ টকীয়া…