নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দল হ’লে আমি যোগাত্মক ভাৱে মোকাবিলা কৰিমঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ কাইলৈ অৰ্থাৎ শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব বিজেপিৰ বুথ কৰ্মীৰ সভা। প্ৰতিখন জিলাৰ বিজেপিৰ কৰ্মীসকল সমবেত হ'ব এই সভাত। প্ৰায় ৭০ৰ পৰা ৯০ হাজাৰ বিজেপি কৰ্মী সমবেত হোৱাৰ দাবী ৰাজ্যিক…

টি-২০ৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰৰ আৰক্ষীৰ কেতবোৰ নতুন নিৰ্দেশনা

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ অহা ৫ জানুৱাৰী পৰা গুৱাহাটীত অনুষ্ঠিত হব লগীয়া ভাৰত আৰু শ্ৰীলংকাৰ টি-২০ৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীয়ে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ জনসাধাৰণে ড০ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়াম জনসাধাৰণে প্ৰথম…

গুৱাহাটীত উপস্থিত হ’লহি টীম ইণ্ডিয়াৰ খেলুৱৈসকল

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ গুৱাহাটীত উপস্থিত হ'লহি টীম ইণ্ডিয়াৰ খেলুৱৈসকল । পৃথক পৃথক বিমানেৰে গুৱাহাটীত উপস্থিত হ’লহি বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াৰ তাৰকাসকল ৷ ইপিনে টীম ইণ্ডিয়াই বৰ্তমান ৫ বজাৰ পৰা ৭ বজালৈ অনুশীলন চলাব। অৱশ্যে…

বিৰাট-হাৰ্দিকৰ পিছত পণ্টেও চেয়াৰ কৰিলে ফটো, প্ৰেমিকাৰ প্ৰশংসা কৰিলে এনেদৰে….

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নৱবৰ্ষত নিজৰ প্ৰেমিকাৰ সৈতে বৰফৰ পাহাৰত উঠা ফটো চেয়াৰ কৰিলে ভাৰতীয় দলৰ ঋষভ পণ্টে । উল্লেখ্য যে কিছুদিন পূৰ্বে অধিনায়ক কোহলি আৰু অলৰাউণ্ডাৰ হাৰ্দিক পান্দিয়াই প্ৰেয়সীৰ সৈতে উঠা অন্তৰংগ মুহূৰ্তৰ কিছু ফটো ছ'চিয়েল…

‘কা’ ৰ বিৰোধ কৰাটোৱে কাল হ’ল নেকি ! গণৰাজ্য দিৱসত স্থান নাপালে পশ্চিমবংগই

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ নাগৰিকত্ব (সংশোধনী) আইন–২০১৯ বা ‘কা’ক কেন্দ্র কৰি কেন্দ্রীয় চৰকাৰ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ মাজত মতানৈক্য তুংগত উঠা সময়তে আগন্তুক গণৰাজ্য দিৱসৰ কুচকাৱাজত ৰাজ্যখনৰ প্রস্তাৱিত প্রতীক পট বাতিল কৰা…

লক্ষ্য-২০২১ঃ মমতাৰ দুর্গ দখল কৰিবলৈ বাংলা ভাষা শিকিছে অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীৰ দুর্গ হিচাপে পৰিচিত পশ্চিমবংগ দখলৰ সংকল্প গ্রহণ কৰিছে বিজেপি সভাপতি তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ মমতাৰ ‘মা মাটি মানুহ’ শ্লোগানৰ মাজতে পশ্চিমবংগ দখল কৰিবলৈ ৰাজ্যখনৰ…

গোলকীয় পৰ্যায়ত জনপ্ৰিয় পাঠ্যক্ৰম কলা বিজ্ঞান

দীপক কুমাৰ দাস  বিজ্ঞানবিহীন জীৱন যাপন একবিংশ শতিকাৰ নাগৰিকে কল্পনাই কৰিব নোৱাৰে৷ সেই হেতুকে নৱপ্রজন্মৰ প্রতিগৰাকী শিক্ষার্থীৰ বাবে বিজ্ঞানৰ জ্ঞান অতি প্রয়োজনীয় হৈ পৰিছে৷ সাধাৰণতে কলা বিষয়ত উচ্চশিক্ষা গ্রহণ কৰা শিক্ষার্থীসকল…

শিক্ষাত পঠন কৌশলৰ গুৰুত্ব

ভূপেন কুমাৰ দাস, প্ৰবক্তা, ডায়েট, ডিব্ৰুগড় ভাষা শিকনৰ চাৰিটা কৌশলৰ ভিতৰত ‘পঠন’ এটা অতি গুৰুত্বপূর্ণ কৌশল৷ পঠন কৌশলৰ বিকাশে ছাত্র–ছাত্রীৰ জীৱনত অতি গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰি আহিছে৷ অসমীয়াত এশাৰী অতি গুৰুত্বপূর্ণ কথা আছে– ‘পঢ়ায়, পঢ়ে আৰু…

শিক্ষকৰ বাবে মনোবিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা

ৰূপলেখা দেৱী  মনোবিজ্ঞান হ’ল বিজ্ঞানৰ এনেকুৱা এটা শাখা, য’ত মনৰ গঠন, ক্রিয়াকলাপ, আচাৰ, আচৰণ আৰু ইয়াৰ ৰহস্যাৱলীৰ বিষয়ে অধ্যয়ন কৰা হয়৷ বর্তমান সময়ত শিক্ষকসকলৰ বাবে মনোবিজ্ঞানৰ অধ্যয়ন বিশেষভাৱে আৱশ্যক৷ এগৰাকী শিক্ষকে ছাত্রসকলৰ কাৰণে পথ…

কোহলীয়ে ছছিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰিলে এটা দশকৰ ফটো

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে এটা নতুন দশকৰ আৰম্ভণি  হ'ল। বহু লোকে পুৰণি দশকৰ তুলনা আৰু নতুন দশকৰ তুলনাৰ ফটো ছছিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰিছে । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও শুকুৰবাৰে এটা দশকৰ তুলনা…