পশ্চিমবংগ–ঝাৰখণ্ড-ওড়িশা-উত্তৰ পূবৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাক
নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ দেশজুৰি অব্যাহত থকা কা বিৰোধী আন্দোলন প্ৰতিহত কৰাৰ বাবে সজাগতা অভিযান চলাব বিজেপিয়ে । দেশৰ ৰাজ্যসমূহৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকলক দলে এই অভিযানৰ নেতৃত্ব দিছে । অহা ৫ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈকে চলিব এই সজাগতা…