মন্ত্রীত্ব নোপোৱাৰ খঙত সমৰ্থকে ভাঙিলে দলীয় কার্যালয়
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ৩০ ডিচেম্বৰ সোমবাৰে শিৱসেনা, এনছিপি আৰু কংগ্রেছৰ মুঠ ৩৬ জন নেতাই মহাৰাষ্ট্র চৰকাৰৰ নতুন মন্ত্রী ৰূপে শপত লয়। কিন্তু এই নতুনকৈ প্রসাৰিত মন্ত্রীসভাত মন্ত্রীৰ পদ নোপোৱাত এজন কংগ্ৰেছ বিধায়কৰ সমৰ্থকে দণ্ডভণ্ড কৰিলে…