ধাৰাপুৰত তিনি মাহে বন্ধ কোঠাতে থাকিল চৰকাৰী ধানৰ বীজ
নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ আজাৰা ৰাজহ চক্রৰ অন্তর্গত ধাৰাপুৰ কৃষি উন্নয়ন বিষয়াৰ কার্যালয়ত কৃষকৰ বাবে চৰকাৰে প্রদান কৰা শালি ধানৰ বীজ বিতৰণ নকৰি বিগত তিনি মাহে তলাবন্ধ কোঠাত পেলাই ৰখা ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ একাংশ কৃষকে জানিবলৈ…