নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক এঘৰীয়া নকৰিব, আঁতৰাই নপঠাবঃ মুখ্যমন্ত্ৰী সোণোৱাল

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সাংবাদিকৰে মত-বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ ৰাজ্যবাসীক নৱবৰ্ষৰ শুভেচ্ছা মুখ্যমন্ত্ৰী সোণোৱালৰ গণতন্ত্ৰত সংবাদমাধ্য়মৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ সংবাদমাধ্য়মৰ আহ্বানক ইতিবাচকভাৱে গ্ৰহণ কৰিম মই…

আজমল ফাউণ্ডেচনত একাধিক পদ খালী

আজমল ফাউণ্ডেচনত অচিৰেই পূৰণ কৰা হ’ব ফেকাল্টী, ছিনিয়ৰ ফেকাল্টী, অধ্যক্ষ, লেব এছিছটেণ্ট আৰু লাইব্রেৰিয়ানৰ পদ৷ ফেকাল্টী আৰু ছিনিয়ৰ ফেকাল্টীৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ইংৰাজী, পদার্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞান, শিক্ষা,…

তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত অধ্যাপকৰ পদ খালী

তিনিচুকীয়া জিলাৰ উচ্চ শিক্ষাৰ এটি অন্যতম অগ্রণী শিক্ষানুষ্ঠান তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত খালী হৈছে অধ্যাপকৰ পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– বাণিজ্য, ইংৰাজী আৰু হিন্দী৷ প্রতিটো বিভাগতে ১টা পদ আছে৷…

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত চাকৰি লাভৰ সুযোগ

গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত অসমীয়া, ৰসায়ন বিজ্ঞান আৰু দর্শনশাস্ত্র বিষয়ত খালী হৈছে শিক্ষকৰ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি পৰিচালনা সমিতিৰ সচিবে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রার্থী বিজ্ঞান/কলা শাখাৰ স্নাতকোত্তৰ…

অসম আৰক্ষীত ৬৬৬২ পদৰ পূৰণৰ বিজ্ঞাপন

অসম আৰক্ষীত অচিৰেই কনিষ্টবলৰ ৬,৬৬২সংখ্যক পদত প্রার্থী নিয়োগ কৰা হ’ব৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, ইউবি কনিষ্টবলৰ…

খাদী-গ্ৰামোদ্যোগ আয়োগত ১০৮ পদ

ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্রালয়ৰ অধীনস্থ খাদী আৰু গ্রামোদ্যোগ আয়োগত খালী হৈছে ১০৮সংখ্যক এগজিকিউটিভৰ পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ছিনিয়ৰ এগজিকিউটিভ–ইকন’মিক ৰিছার্চ…

পহিলা জানুৱাৰীঃ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ বছৰৰ পহিলা দিনটোৰ পৰাই কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য । ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত । আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এইসমূহ ৰাজসাহাৰ্যবিহীন চিলিণ্ডাৰ মূল্য বৃদ্ধি কৰা…

পাৰমাণৱিক শক্তি নিগমত ৮০ পদ

আণৱিক শক্তি বিভাগৰ অধীনত পৰিচালিত পাৰমাণৱিক শক্তি নিগমত খালী হৈছে শিক্ষানবিচৰ ৮০টা পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ফিটাৰ (১০), টার্নাৰ (৫), ইলেক্ট্রিচিয়ান (৮), ৱেল্ডাৰ (৮), ইলেক্ট্রনিক্স (৩),…

এনআইটি আগৰতলাত অধ্যাপকৰ ৫৮ পদ

নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, চমুকৈ এনআইটি আগৰতলাত খালী হৈছে সহকাৰী অধ্যাপকৰ ৫৮ পদ৷ ইতিমধ্যে এই বিষয়ে শিক্ষানুষ্ঠানখনৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–…

আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ৮ পদ

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনস্থ এটি স্বতন্ত্র শিক্ষা–গৱেষণানুষ্ঠান্ আঞ্চলিক চিকিৎসা বিজ্ঞান প্রতিষ্ঠানত খালী হৈছে ৮টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রতিষ্ঠানটোৰ প্রশাসনীয় দপ্তৰৰ উপ–সঞ্চালকে এক…