অসমৰ পুথিচিত্র চীনলৈঃ বেইজিঙৰ চিত্র প্রদর্শনীত শিল্পী সুজিত দাস
নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ যোৱা দশকত বিশ্বৰ ২৩খন দেশত অসমৰ পুথিচিত্রৰ প্রদর্শনী, কর্মশালা আদিত অংশ গ্রহণ কৰি সুখ্যাতি অর্জন কৰা আন্ত:ৰাষ্ট্রীয় খ্যাতিসম্পন্ন চিত্রশিল্পী সুজিত দাসৰ অনুচিত্র এইবাৰ প্রদর্শিত হ'ব চীন দেশত । বেইজিঙত ভাৰত আৰু…