নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআইটি আগৰতলাত অধ্যাপকৰ ৫৮ পদ

নেচনেল ইনষ্টিটিউট অৱ টেকন’লজী, চমুকৈ এনআইটি আগৰতলাত খালী হৈছে সহকাৰী অধ্যাপকৰ ৫৮ পদ৷ ইতিমধ্যে এই বিষয়ে শিক্ষানুষ্ঠানখনৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে–…

আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ৮ পদ

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনস্থ এটি স্বতন্ত্র শিক্ষা–গৱেষণানুষ্ঠান্ আঞ্চলিক চিকিৎসা বিজ্ঞান প্রতিষ্ঠানত খালী হৈছে ৮টা পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রতিষ্ঠানটোৰ প্রশাসনীয় দপ্তৰৰ উপ–সঞ্চালকে এক…

মুদ্ৰা সঞ্চালকালয়ত ২০ পদ খালী

ভাৰত চৰকাৰৰ আৱাস আৰু নগৰ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ মুদ্রণ সঞ্চালকালয়ত খালী হৈছে ২০টা পদ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– বুক বাইণ্ডাৰ (১২) আৰু লিথু অফছেট মেচিন মিণ্ডাৰ (৮)৷ বুক…

দন্ত চিকিৎসা মহাবিদ্যালয়ত ৰীডাৰৰ পদ

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত পৰিচালিত দন্ত চিকিৎসা মহাবিদ্যালয়ত ৰীডাৰৰ ১০ পদ পূৰণৰ প্রস্তুতি চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব’ডৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷…

ৰিজাৰ্ভ বেংকত সহায়কৰ ৯২৬ চাকৰি

দেশৰ অর্থ ব্যৱস্থাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা কেন্দ্রীয় বিত্তীয় প্রতিষ্ঠান ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিত্তীয় প্রতিষ্ঠানটোৰ প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ…

পহিলা জানুৱাৰীঃ নেদেখাজনৰ আশীষ বিচাৰি ভক্তৰ সোঁত

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ আজি পহিলা জানুৱাৰী । চাওঁতে চাওঁতে পুৰণি বৰ্ষই বিদায় ল'লে । নতুন বৰ্ষক লৈ সকলোৰে থাকে আশা-আকাংক্ষা আৰু পৰিকল্পনা । ইংৰাজী নতুন বছৰৰ এই পহিলা দিনটোতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো প্ৰান্তৰ মন্দিৰ আৰু ধৰ্মীয়…

পানীপুৰি প্ৰস্তুত যন্ত্ৰ উদ্ভাৱনেৰে চমক তিনি ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ মুখৰোচক খাদ্য হিচাপে পানীপুৰি বা ফুচকা বহুতৰে প্রিয়৷ খাই ভাল পোৱা সত্ত্বেও পানীপুৰি বিক্রেতাৰ পৰিষ্কাৰ–পৰিচ্ছন্ন কথা ভাবি বহুতে থমকি ৰ’বলগীয়া হয়৷ কিন্তু এই সকলোবোৰ সমস্যাৰ পৰা মুক্ত কৰি পানীপুৰিৰ সোৱাদ দিবলৈ…

অসম সাহিত্য সভাসহ ২২ জনগোষ্ঠীয় সাহিত্য সভাক ৭৫ কোটি

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত মঙলবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত অসম সাহিত্য সভা, বড়ো সাহিত্য সভাকে ধৰি মুঠ ২২টা জনগোষ্ঠীয় সাহিত্য সভাৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ বছৰৰ অন্তিমটো দিনত…

আজিৰ পৰা কার্যকৰী হ’ব “বিবাহিতা কন্যালৈ এতোলা সোণ”

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ প্রতিবাদী আন্দোলনেৰে বছৰটো সমাপ্ত হোৱাৰ বিপৰীতে নৱবর্ষৰ আৰম্ভণিতে সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ বিবাহ পাশত আবদ্ধ হ’বলগীয়া কন্যা সন্তানৰ বাবে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে পূর্বে ঘোষণা কৰা অনুসৰি অৰুন্ধতী আঁচনিৰ জৰিয়তে…

অসমবাসীলৈ ৰাজ্যপাল–মুখ্যমন্ত্রীৰ নৱবর্ষৰ শুভেচ্ছা

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ ইংৰাজী নৱবর্ষ–২০২০ উপলক্ষে অসমবাসী ৰাইজলৈ ৰাজ্যপাল প্রফেছৰ জগদীশ মুখীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক উভেচ্ছা বার্তাত ৰাজ্যপাল মুখীয়ে জনসাধাৰণক পৰস্পৰৰ সৈতে সার্বজনীন নেতৃত্ববোধৰ সম্পর্ক গঢ়ি ৰাষ্ট্রৰ উন্নয়নত…