নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত NO PARKING ZONE

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ কাজিৰঙাত NO PARKING ZONE ঘোষণা। বন্য প্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি  ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে NO PARKING ZONE ঘোষণা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ধাবা অথবা হোটেলসমূহত কোনো লঘু বা গধুৰ বাহন…

বিষয় টেটঃ ৰাজ্য চৰকাৰলৈ উচ্চ ন্যায়ালয়ৰ জাননী

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ বাবে কিছুদিন পূৰ্বে অনুষ্ঠিত টেটৰ বিসংগতিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ । টেটত ব্যাপক বিসংগতি হোৱাৰ লগতে যাৱতীয় নীতি-নিয়ম অনুসৰণ নকৰাৰ অভিযোগেৰে দাখিল কৰা লেখ…

কা আৰু এন আৰ চিয়ে সহায় কৰিব উদ্যোগপতিকঃ গান্ধী

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধে ৰাহুল গান্ধীয়ে শনিবাৰে পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰে। কংগ্ৰেছৰ ১৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মোডীক কটাক্ষ কৰি কয় যে কা আৰু এন আৰ…

আন্দোলনৰ সুযোগ লৈ ছিণ্ডিকেটৰাজঃ অসম অভিমুখে ৩০০০ ট্ৰাক বাৰ্মিজ চুপাৰি

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱল গণআন্দোলন অব্যাহত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে বৰাক উপত্যকাৰ ছিণ্ডিকেট বাহিনীয়ে । অসমৰ পৰিৱেশ-পৰিস্থিতি অস্থিৰ হৈ থকাৰ সুযোগ লৈ ছিণ্ডিকেট বাহিনীটোৱে…

আজি নৰ্থ ইষ্ট-কেৰালা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত আই এছ এলত আজি কেৰালা ব্লাষ্টার্ছ এফ চিৰ মুখামুখি হ’ব৷ অন্তিম দুখন মেচত ক্রমাগত পৰাজয়ৰ সন্মুখীন হোৱা দলটোৱে জয়ৰ ধাৰালৈ ওভতাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ কোচিৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত…

কোহলি বাহিনীয়ে মোৰ সপোন সাৰ্থক কৰিছেঃ লক্ষ্মণ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ অষ্ট্রেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰি টীম ইণ্ডিয়াই মোৰ সপোন সার্থক কৰিছে৷ খেলি থকা সময়ত মই সদায় এই সপোন দেখি আছিলোঁ৷ বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলক প্রশংসা কৰি এই মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন মিডল…

কাগজ কলৰ কৰ্মচাৰীয়ে ঘৰ খালী কৰিব নালাগেঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদমেল অসম চুক্তি স্বাক্ষৰৰ পিছত কংগ্ৰেছে গুৰুত্ব নিদিলে এতিয়া আমাৰ চৰকাৰে গুৰুত্ব দিছে NRCৰ কাম হৈছে, ৬নং দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত কমিটী গঠন হৈছে অসমৰ জাতি-মাটি-ভাষা সুৰক্ষিত হ'ব কাগজ…

সংখ্যালঘুৰ সুৰক্ষাই মোডী চৰকাৰৰ মূল প্ৰাধান্য

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ সম্প্রদায়ৰ লোকৰ মাজত শংকা বিয়পাই দিয়া বুলি কংগ্রেছক কঠোৰ ভাষাৰে গৰিহণা দি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা যে কোনো লোকৰ নাগৰিকত্ব কাঢ়ি লোৱা নহয়, শুকুৰবাৰে তাক পুনৰ স্পষ্ট কৰি দিয়ে৷…

কাৰ্গিলত পাঁচ মাহ পিছত ইণ্টাৰনেট সেৱা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তনৰ পিছৰে পৰা কাশ্মীৰ উপত্যকাত ব্যাহত হৈ আছে স্বাভাৱিক অৱস্থা৷ সুদীর্ঘ পাঁচ মাহ ধৰি ইণ্টাৰনেট সেৱা বাতিল কৰি থোৱা হৈছিল কাশ্মীৰ…

চীন-ৰাছিয়া-ইৰানৰ নৌসেনাৰ অনুশীলন

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ পাৰস্য উপসাগৰীয় অঞ্চলৰ উত্তেজনাক লৈ বিভিন্ন সময়ত আমেৰিকা তথা ইউৰোপীয় দেশসমূহে যুদ্ধংদেহি মনোভাব গ্রহণ কৰি অহাৰ সময়তে এই স্পর্শকাতৰ অঞ্চলটোত ইৰান, চীন আৰু ৰাছিয়াই আজি নৌসেনাৰ যৌথ অনুশীলন আৰম্ভ কৰাৰ লগে লগে…