অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি উন্মোচন কৰিব প্রধানমন্ত্রী মোদীয়ে
নিউজডেস্ক, ২৪ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে লক্ষ্ণৌৰ লোকভৱনত প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ এটা প্ৰতিমূর্তি উন্মোচন কৰিব।
এই অনুষ্ঠানটি ভাৰতীয় জনতা পার্টিৰ (বিজেপি) সহ-প্রতিষ্ঠাতা অটল বিহাৰী বাজপেয়ীৰ…