নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আয়ুষমান খুড়ানা আৰু বিকী কৌশলক শ্ৰেষ্ঠ অভিনেতা বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা আজি নতুন দিল্লীত প্ৰদান কৰা হয়। উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত সকলক সন্মান প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত বিগ বি অমিতাভ বচ্চন উপস্থিত থকাৰ কথা…

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বৰঝাৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ সোমবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত জৰুৰী অৱতৰণ কৰা হয় G546 নম্বৰ এখন go Air বিমান । গুৱাহাটীৰ পৰা কলকাতালৈ উৰণৰ সময়তে বিমানখনৰ ভিতৰত থকা ফেনত বিজুটি ঘটে । অৱশ্যে লগে লগে…

২০১৯ চনত কাৰ ওপৰত নিৰ্মিত সৰ্বাধিক মিম ?

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ২০১৯ চনত ছছিয়েল মিডিয়াত মিমক লৈ আলিয়া ভট্ট, ৰানু মণ্ডল আৰু শ্বাহিদ কাপুৰ সৰ্বাধিক চৰ্চিত হৈছে। এই তিনিওজনেৰে সৰ্বাধিক মিম নিৰ্মিত হল আৰু ছছিয়লে মিডিয়া ব্যৱহাৰকাৰী সকলে বহুত শ্বেয়াৰও কৰে। ৰানু মণ্ডলৰ মেকআপ লৈ…

পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ৰাজ্যত হস্তী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙত অঘটন । পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি বন সংমণ্ডলৰ অন্তৰ্গত খেৰণিৰ হাজাগাফেৰ অঞ্চলত দেওবাৰে নিশা তিনিটা বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি উপদ্ৰৱ চলায়…

গোৱালপাৰাত পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰা হৈছে পথ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ যি সময়ত পেলনীয়া প্লাষ্টিকে পৰিৱেশ প্ৰদূষিত কৰি আহিছে তেনে সময়তে গড়কাপ্টানী বিভাগে পেলনীয়া প্লাষ্টিকেৰে নিৰ্মাণ কৰিছে পথ ৷ দুধনৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা অসম-মেঘালয় সংযোগী কৃষ্ণাইৰ ভেল্টাৰঘাট-মানিকগঞ্জ…

ৰামচন্দ্র গুহ : ‘কা’ৰ বিৰুদ্ধে সবল স্থিতিত বিশ্বপ্রসিদ্ধ ইতিহাসবিদ

পূর্বজ্যোতি চুতীয়া যুক্তি, চিন্তা আৰু কলমেৰে যুদ্ধ কৰে ইতিহাসবিদ ৰামচন্দ্র গুহই ৷ কিন্তু এইবাৰ সমগ্র দেশতে নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিশ্বখ্যাত গ্রন্থ প্রণেতাজন যুদ্ধলৈ ওলাই আহিল বাংগালুৰুৰ ৰাজপথলৈ ৷…

মুখ্যমন্ত্রী

দিগন্ত দাস অসমীয়া জাতিৰ নিচিনা কৃতজ্ঞতাপৰায়ণ জাতি আচলতে এই বিশ্বতেই বিৰল ৷ গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সর্বানন্দ সোণোৱাললৈকে অসমীয়া জাতিয়ে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাইজক সেৱা কৰিবলৈ সর্বোচ্চ আসনখনত বহুৱাবলৈ কোনো ক্ৰুটি ৰখা নাই ৷ আমি…

আই নদীৰ পাৰত দৈজিং উৎসৱৰ প্ৰস্তুতি; এইবাৰৰ বিশেষ আকৰ্ষণ কি ?

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ চিৰাঙৰ আই নদীৰ পাৰত চলিছে দৈজিং উৎসৱৰ যুদ্ধংদেহি প্ৰস্তুতি ৷ বাৰ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই উৎসৱখনি ডিচেম্বৰৰ ২৭ ৰ পৰা ৭ জানুৱাৰীলৈ চিৰাঙৰ আই নদীৰ পাৰত অসম পৰ্যটন বিভাগৰ সহযোগত আৰু বিটিচিৰ পৰ্যটন বিভাগৰ…

দাবাং ৩ৰ উপাৰ্জনতকৈ ‘কা’ৰ প্ৰতিবাদ অধিক গুৰুত্বপূৰ্ণঃ সোণাক্ষি

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশত প্রতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে এই বিতর্কিত আইনৰ বিৰোধিতা কৰিছে বলীউডৰ জনপ্রিয় অভিনেত্রী সোণাক্ষি সিন্হাই৷ শুকুৰবাৰে ছবিগৃহলৈ অহা ‘দাবাং–৩’ক নাগৰিকত্ব সংশোধনী আইনবিৰোধী…

বৰদিনৰ প্রার্থনাৰ পৰা বঞ্চিত হ’ব নট্রে–ডেম গির্জা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ফৰাচী ৰাজধানী চহৰ পেৰিছৰ নট্রে–ডেম গির্জাত প্রথমবাৰলৈ বৰদিনৰ সমূহীয়া প্রার্থনা সম্ভৱ নহ’ব ৷ উল্লেখনীয় যে যোৱা এপ্রিল মাহত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৮০০ বছৰতকৈ অধিক প্রাচীন এই বিশাল গির্জাটো পুৰি ছাই হৈছিল ৷…