নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজন শিল্পীৰ অনন্য প্ৰতিভা; বটলৰ ভিতৰত সাজি উলিয়ালে এটা গিৰ্জা

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ ভুবনেশ্বৰ ভিত্তিক ক্ষুদ্র শিল্পী এল ঈশ্বৰ ৰাও-এ বৰদিনৰ প্ৰাকক্ষণত তৈয়াৰ কৰিছে এটা বটলৰ ভিতৰত গিৰ্জা । খুড়দা জিলাৰ জাটনি গাঁৱৰ বাসিন্দা ৰাওৱে তেওঁৰ সৃষ্টিশীল কৰ্মৰ দ্বাৰা ব্যতিক্ৰমভাৱে মানুহক "মেৰি খ্ৰীষ্টমাছ" ৰ…

দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল ৩জনৰ

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ অব্য়াহত আছে ডাম্পাৰ চালকৰ দৌৰাত্ম্য। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মাকেম্পৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক আৰু স্কুটীক এখন দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়াত থিতাতে নিহত হয় তিনিজনকৈ…

৬৩ বছৰত ভৰি দিলে চিৰতৰুণ অনিল কাপুৰে

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ আজি ৬৩ বছৰত ভৰি দিলে অভিনেতা অনিল কাপুৰে । অনিল কাপুৰ হৈছে আজিৰ প্রজন্মৰ এজন সুদক্ষ অভিনেতা । ৰূপালী পর্দাত যেনেদৰে চিৰিয়াছ অভিনেতাজন থিক একেদৰে তেওঁ ব্যক্তিগত জীৱনটো সমানেই এজন চিৰিয়াছ ব্যক্তি । চলচ্চিত্রকাৰৰ…

তিনিচুকীয়াত সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ সান্ধ্য আইন

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ ৰাজ্যত 'কেব' বিৰোধী প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাৰ সময়তে ৰাজ্যৰ প্ৰায়কেইখন জিলাতে প্ৰৱৰ্তন কৰা হৈছিল সান্ধ্য আইন । গুৱাহাটী মহানগৰীকে ধৰি তিনিচুকীয়াতো অব্যাহত আছিল সান্ধ্য আইন । যোৱা এটা সপ্তাহ পূৰ্বে গুৱাহাটীত…

মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ নিদিলে ৰাহুল আৰু প্ৰিয়ংকাক

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মহাসচিব প্ৰিয়ংকা গান্ধীক মংগলবাৰে মিৰাট যাবলৈ অনুমতি প্ৰদান নকৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। দুয়োজন নেতাই নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধীতাৰ প্ৰতিবাদত মিৰাটত মৃত্যু হোৱা যুৱকৰ পৰিয়ালক…

ছোনিয়া, প্রিয়ংকা, অ’ৱেছি আৰু ৰবিশ কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

নিউজডেস্ক, ২৪ ডিচেম্বৰঃ সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচতনিমূলক ভাষণ প্ৰদান কৰাৰ অভিযোগত কংগ্রেছ নেত্ৰী ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধী ভদ্রা আৰু কেবাজনো লোকৰ বিৰুদ্ধে উত্তৰ প্রদেশৰ আলীগড় মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এক গোচৰ ৰুজু হৈছে…

অসমৰ নতুন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ

অসমৰ নতুন মুখ্য সচিব  হ'ব কুমাৰ সঞ্জয় কৃষ্ণ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য সচিব আলোক কুমাৰে বৰ্তমান ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ

হুণ্ডাইৰ নতুন বাহন মুকলি

নিয়মীয়া বাৰ্তা, ২৪ ডিচেম্বৰঃ হুণ্ডাই মটৰ ইণ্ডিয়া প্রাইভেট লিমিটেডে ইয়াৰ বহু প্রতীক্ষিত ছেডান অল নিউ হুণ্ডাই আউৰা মুকলি কৰিছে ৷ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডৰ এম ডি আৰু চি ই অ’ এছ এছ কিমে কয় যে হুণ্ডাই আউৰা প্রথম ছেডান হ’ব য’ত কাপ্পা’ ১,…

তিৰপালত বহি পৰীক্ষাত অৱতীর্ণ শিক্ষার্থী

মহানগৰ বার্তা, ২৩ ডিচেম্বৰঃ ৰাজ্যৰ পৰিৱর্তনকামী মিত্রজোঁটৰ চৰকাৰৰ সময়ছোৱাত শিক্ষা বিভাগৰ উন্নয়নৰ প্রকৃত স্বৰূপ পোহৰলৈ আহিছে ৷ ৰাজ্যৰ অন্য প্রান্তৰ কথা বাদেই, খোদ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এখন বিদ্যালয়ৰ শিক্ষার্থীয়ে তিৰপালত বহি পৰীক্ষাত…

বেংকত সোমাল চোৰ

বাক্সাৰ মুছলপুৰত নিশা চোৰৰ উপদ্ৰৱ মুছলপুৰ গ্ৰামীণ বিকাশ বেংকত নিশা চোৰৰ ত্ৰাস বেংকৰ প্ৰৱেশদ্বাৰৰ গ্ৰীল ভাঙি সোমাল চোৰ বেংকটোৰ পৰা চোৰে নিব নোৱাৰিলে ধন বেংকটোৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে চোৰে ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান…