পল্টন বজাৰৰ ইডেন হোটেলত যুৱকৰ ৰহস্যজনক আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ পল্টন বজাৰৰ ইডেন হোটেলত মঙলবাৰে এজন যুৱকে আত্মহত্যা কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লখিমপুৰৰ কে বি ৰোডৰ বাসিন্দা আজিজ আহমেদ মুস্তাফা (৪০) নামৰ লোকজনে সোমবাৰে পল্টন বজাৰৰ ইডেন…