২৭১ পিতৃহাৰা যুৱতীৰ সমূহীয়া বিবাহ সম্পন্ন গুজৰাটৰ ছুৰাটত
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ গুজৰাটৰ ধনকুবেৰ হীৰা ব্যৱসায়ী মহেশ ছাভানিয়ে পূর্বৰ বর্ষবোৰৰ দৰে এইবাৰো দুদিনীয়াকৈ ২৭১গৰাকী পিতৃহাৰা যুৱতীৰ সমূহীয়া বিবাহ সম্পন্ন কৰাইছে ৷ ছুৰাটত শনিবাৰে এক বৃহৎ জনসমাৱেশৰ মাজত এই সমূহীয়া বিবাহ কার্য সম্পন্ন কৰা…