নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ডিচেম্বৰত অবড়ো সুৰক্ষা সমিতিৰ অসম বন্ধ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ বৰাক উপত্যকা, বি টি এ ডি আৰু পার্বত্য জিলাকেইখনত অসমীয়াক সহযোগী ভাষা কৰা সন্দর্ভত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা প্রস্তাৱৰ বিৰোধিতা কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে ৷ সংগঠনটোৰ মতে, এনে প্রস্তাৱ কেতিয়াও গ্রহণযোগ্য হ’ব…

বিৰাট কোহলিৰ এজন একান্ত অনুৰাগী; শৰীৰত কোহলিসহ ১৬ টা টেটু

নিউজডেস্ক, ২২ ডিচেম্বৰঃ এইবাৰ চৰ্চাৰ বিষয় শচীন তেণ্ডুলকাৰৰ ভক্ত সুধীৰ কুমাৰ চৌধুৰী অথবা ধোনীৰ ভক্ত ৰাম বাবু নহয় । ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ অনুৰাগী এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । পিণ্টু বেহৰা নামৰ এইজন কোহলি…

বিৰোধীয়ে CAA-NRCৰ সন্দৰ্ভত অধ্যয়ণ কৰা উচিতঃ প্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ NRCক লৈ কংগ্ৰেছে মিছা মাতিছে। কংগ্ৰেছৰ দিনতেই NRC বনোৱা হৈছিল তেতিয়া তেওঁলোক নিদ্ৰাত আছিল নেকি বুলি প্ৰশ্ন বিৰোধীক। কংগ্ৰেছ আৰু নক্সালবাদীয়ে উৰাবাতৰি উলিয়াইছে যে সকলো মুছলমানক ডিটেনছন কেম্পলৈ পঠোৱা হ'ব। তেওঁলোকে…

জন্মদিৱসত শ্ৰদ্ধাৰে সোঁৱৰিলে শ্বহীদ কনকলতা বৰুৱাক

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ৪২ ৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতা বৰুৱাক তেওঁৰ জন্ম তিথিত আজি ৰাজ্যজুৰি স্মৰণ কৰা হয় । শ্বহীদ কনকলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত অবিভক্ত দৰং জিলাৰ (শোণিতপুৰ) বৰঙাবাৰীত । উল্লেখ্য যে ১৯৪২ চনৰ ২০…

CAAক লৈ বিৰোধীয়ে উৰাবাতৰি উলিয়াইছেঃ প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় য়ে CAAক লৈ বিৰোধীয়ে মিছাৰ আশ্ৰয় লৈ মানুহক মূৰ্খ সজাইছে আজি ৰামলীলা ময়দানত অনুষ্ঠিত হোৱা ধন্যবাদ ৰেলীত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ লগতে কয় যে আপোনালোকে প্ৰত্যক্ষ…

আজি বছৰটোৰ আটাইতকৈ চুটি দিন; আপুনি জানেনে ?

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ দৈনিক ব্যস্ততাৰ বাবে আমি পাহৰি যাওঁ কিছুমান বিশেষ দিন অথবা বিশেষ কিছু সময়ৰ কথা । তেনে এক দিন হৈছে ২২ ডিচেম্বৰ । কাৰণ আজি বছৰটোৰ ভিতৰতে আটাইতকৈ চুটি দিন । কিন্তু আপুনি জানেনে আজিৰ দিনটো কিয় বছৰটোৰ ভিতৰতে আটাইতকৈ…

নৱবর্ষৰ নতুন পৰিকল্পনা

শৌভিক সোম বছৰবোৰ আহি থাকিব, গৈ থাকিব, সেইদৰেই জীৱনৰ সীমাৰেখাও কমি আহিব ৷ সদায় একঘেয়ামী হৈ পৰা আপোনাৰ জীৱনটোক নতুন বছৰটোৰ পৰাই এক নতুন ৰূপ দিব পাৰে ৷ কেনেকৈ কিদৰে – বহুতেই বছৰটোৰ ব্যস্ততাখিনি আছুতীয়া কৰি ক’ৰবাত ফুৰিবলৈ যোৱাৰ কথা ভাবে…

ডাম্পাৰ-টেম্প’ৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ নগাঁৱৰ কুৰুৱাবাহীত শনিবাৰে সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলাসহ ৫জনকৈ লোক লগতে গুৰুতৰভাৱে আহত হয় শিশুসহ আন ৪গৰাকী। আৰক্ষীৰ সূত্ৰৰ মতে নগাঁৱৰ পৰা এখন টেম্প'ৱে জাজৰি অভিমুখে যাত্ৰী কঢ়িয়াই নিয়াৰ…

কেৱল প্রশংসা পত্রই এজন শিল্পীক জীয়াই নাৰাখে : বৰ বিহুৱা জিতেন দাস

সাক্ষাৎ গ্রহণ : শান্তনু কোঁৱৰ আপুনি বৰ বিহুৱাৰূপে যথেষ্ট খ্যাতি লাভ কৰিছে ৷ বিহু মঞ্চত আপুনি প্রশিক্ষণ প্রদান কৰা বিহুদলে পুৰস্কাৰ নাপালে বিচলিত হয় নেকি ? আচলতে যিকোনো ব্যক্তিয়েই ক্ষন্তেকৰ বাবে হ’লেও হতাশাত ভুগিব৷ কিন্তু কি…

প্রখ্যাত চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱা নাম দুটা উচ্চাৰণ হোৱাৰ লগে লগে মনলৈ এক অবর্ণনীয় পৱিত্র পৱিত্র লগা ভাবোর্মিমালাই মনত ক্রিয়া কৰে৷ কাৰণ এটাই– দুয়ো ঋতাশ্রী অর্থাৎ প্রেমৰ জেউতি৷ প্রেম সত্য৷ কিন্তু এই সত্য প্রেমনো কেনেকুৱা দীপালী আৰু নীলপৱন…