নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বৰ্ষত এদিনীয়াত সৰ্বাধিক উইকেট দখল ছামিৰ

নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ ভাৰতীয় ক্রিকেট দলটোৰ তাৰকা পেচবলাৰ মহম্মদ ছামিয়ে চলিত বর্ষটোত এদিনীয়া ক্রিকেটত সর্বাধিক উইকেট দখল কৰাৰ গৌৰৱ অর্জন কৰিছে৷ আলহী দল ৱেষ্ট ইণ্ডিজৰ বিপক্ষে বর্ষটোৰ অন্তিমখনত ছাই হ’পৰ উইকেটটো লাভ কৰি ছামিয়ে চলিত…

‘ৰাষ্ট্ৰীয় গণিত দিৱস’ উপলক্ষে মৰঙিত গণিত কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ দেওবাৰে ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে অসম গণিত শিক্ষায়তন গোলাঘাট জিলা শাখাৰ সৌজন্যত মৰঙি শিশু ভৱনত আয়োজন কৰা হয় গণিত বিষয়ক কৰ্মশালা । মৰঙি অঞ্চলৰ ৫ খন বিদ্যালয়ৰ ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ প্ৰায় ১০০ গৰাকী…

ঠাকুৰকুছিত ৰে’লৰ চেপাত শ্রমিকৰ মৃত্যু

মহানগৰ বার্তা, ২৩ ডিচেম্বৰঃ মহানগৰীৰ ঠাকুৰকুছিত ৰে’ল ষ্টেচনৰ সমীপত ৰে’ল আলিৰ বিদ্যুতৰ কাম কৰি থকা অৱস্থাত ডেম’ ৰে’লৰ চেপাত এজন শ্রমিকৰ মৃত্যু হয়৷ মৃত শ্রমিকজন পশ্চিমবংগৰ বর্ধমান জিলাৰ মিমাৰী থানাৰ অন্তর্গত কটনা গাঁৱৰ জয়দেৱ দত্ত আৰু তেওঁ আৰ…

দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ কলৰৱেৰে মুখৰ দীপৰ বিল

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ শীতৰ আগমনৰ লগে লগে দেশী–বিদেশী পৰিভ্রমী পক্ষীৰ কলৰৱেৰে মুখৰ হৈ পৰিছে ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিল৷ দীপৰৰ বুকুত দিনে–নিশাই জলকেলি কৰি আত্মহাৰা হৈ পৰিছে বিহংগৰ জাক৷ উল্লেখ্য যে প্রত্যেক বছৰে নৱেম্বৰ…

২–১ত শৃংখলা হস্তগত টীম ইণ্ডিয়াৰঃ ৰোহিত–ৰাহুল–কোহলি অর্ধশতক

নিউজডেস্ক, ২৩ ডিচেম্বৰঃ অ’পেনাৰদ্বয় ৰোহিত শর্মা–লোকেশ ৰাহুল আৰু অধিনায়ক বিৰাট কোহলিৰ দর্শনীয় অর্ধশতক তথা ৰবীন্দ্র জাদেজা আৰু শার্দুল ঠাকুৰৰ সময়োপযোগী বেটিঙৰ সহায়ত টীম ইণ্ডিয়াই কটকত অনুষ্ঠিত তৃতীয় তথা নির্ণায়ক এদিনীয়া মেচখনত ৱেষ্ট ইণ্ডিজক ৪…

খানাপাৰাৰ আঠমাইলত মাটি কঢ়িওৱা ডাম্পাৰ দুর্ঘটনাগ্রস্ত

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ যান–বাহন আইন উলংঘাৰে গুৱাহাটীত দিনে–নিশাই অব্যাহত আছে ট্রাক–ডাম্পাৰচালকৰ্ দৌৰাত্ম্য৷ বিগত প্রায় এসপ্তাহ ধৰি বিশেষকৈ নিশাৰ ভাগত মেঘালয়ৰ পৰা ৰঙামাটি কঢ়িয়াই অনা ডাম্পাৰচালকৰ দৌৰাত্ম্যৰ বাবে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত…

মেঘালয়ৰ পাহাৰত অবাধ খননঃ গুৱাহাটীলৈ ১৮০ ডাম্পাৰেৰে কঢ়িয়ায় ৰঙামাটি

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নমাইল, দহমাইল আৰু বাৰমাইলত অব্যাহত আছে পাহাৰ খনন৷ মেঘালয়ৰ এই তিনি স্থানত বিমল মিত্র, জি লাপাং, জয় খাৰজাৰিনৰ নেতৃত্বত পাহাৰ খনন কৰি গুৱাহাটীলৈ নিতৌ নিশাৰ ভাগত একাংশ মাফিয়াই শ শ…

ঘন কুঁৱলীৰ বাবে বৰঝাৰত কেইবাখনো বিমানৰ অৱতৰণত বিলম্ব; যাত্রীৰ মাজত হাহাকাৰ

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ঘন কুঁৱলীৰ বাবে পুৱাৰ ভাগত বিমানৰ অৱতৰণ কার্যত প্রায় এঘণ্টাৰো অধিক সময় ব্যয় হয়৷ বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই সদৰী কৰা অনুসৰি পুৱা ৮.১০ বজালৈ ঘন কুঁৱলীৰ…

ধর্মীয় স্বাধীনতা

সন্ত্রাসবাদৰ পৃষ্ঠপোষকতাৰে ভাৰতক অস্থিৰ কৰি ৰাখিবলৈ সীমাৰ সিপাৰৰ পৰা অহৰহ নিকৃষ্ট ষড়যন্ত্রত ব্রতী হৈ অহা চিৰবৈৰী পাকিস্তান ধর্মীয় স্বাধীনতা উলংঘাৰ অভিযোগত এইবাৰ আমেৰিকাৰ ৰোষত পৰিছে৷ অকল পাকিস্তানেই নহয়, দেশখনৰ পৰম মিত্র চীনৰ বিৰুদ্ধেও…

আন্দোলনৰ নামত হিংসাঃ আৰক্ষীয়ে প্রস্তুত কৰিছে দুষ্কৃতিকাৰীৰ এখন দীঘলীয়া তালিকা

নিয়মীয়া বার্তা, ২৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী প্রতিবাদী আন্দোলনত হিংসাত্মক কার্যত লিপ্তসকলক চিনাক্ত কৰাৰ বাবে তদন্ত চলাই আছে আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (এছ আই টি)–এ৷ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ মহাপৰিদর্শক…