আজিৰে পৰা ৰাজ্যত পুনৰ আৰম্ভ হ’ল ইণ্টাৰনেট সেৱা
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ যোৱা ১১ ডিচেম্বৰৰ পৰা ৰাজ্যত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা আজি পুৱা ৯ বজাৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে ৷
ব্রডবেণ্ড ইণ্টাৰনেট সেৱা ইতিমধ্যে মুকলি কৰাৰ পাছত আজিৰে পৰা ম’বাইল ইণ্টাৰনেটো উপলব্ধ হ’ব ৷
উল্লেখ্য যে…