নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্রীয়া সংস্কৃতিৰ পটভূমিত নির্মিত ২০২০ৰ প্রথমখন অসমীয়া ছবি “জনকনন্দিনী”

বিশেষ বিষয়বস্তু আৰু পটভূমিত নির্মিত এখন নতুন অসমীয়া ছবি ‘জনকনন্দিনী’৷ ছবিখন পৰিচালনা কৰিছে এগৰাকী সংস্কৃতিৱান মহিলা কুঞ্জলতা গগৈয়ে৷ নির্মাণৰ সময়ৰে পৰা ৰাইজৰ মাজত বিশেষ চর্চা আৰু আগ্রহ পৰিলক্ষিত হোৱা ‘জনকনন্দিনী’ৰ বিষয়বস্তু আৰু পটভূমি হ’ল…

ৰাজভৱনত ৰাজ্যপালৰ সচিবালয়–ডিজিটেল লাইব্রেৰী উদ্বোধন

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজভৱনত বৃহস্পতিবাৰে ৰাজ্যপালৰ সচিবালয় আৰু ডিজিটেল লাইব্রেৰী উদ্বোধন কৰা হয়৷ এই উপলক্ষে ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে আনুষ্ঠানিকভাৱে সচিবালয় আৰু ডিজিটেল লাইব্রেৰী মুকলি কৰে৷ ২.০৫…

গুৱাহাটীত বাইপাছেৰে নতুন ৰে’লপথ নির্মাণৰ জৰীপ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীৰ কামাখ্যা ষ্টেচনৰ পৰা নাৰেংগীলৈ যোৱা ৰে’ললাইনটোৰ বাবে মহানগৰীত যান–জঁটকে ধৰি সর্বসাধাৰণ নাগৰিক বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই সমস্যাৰ পৰা নাগৰিকক সকাহ দিয়াৰ বাবে এনএফ ৰে’লৱেই…

ৰাজ্যৰ পৰিস্থিতিক লৈ কি ক’লে ADGP জি পি সিঙে

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ অসমবাসীক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান আৰক্ষীৰ। আজি ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়াৰ পিছতে ADGP জি পি সিঙে কয় যে ছ'চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব আৰক্ষীয়ে। আইন হাতত তুলি ল'লে ব্যৱস্থা গ্ৰহণ কৰা হ'ব, লগতে…

বৰঝাৰ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰলৈ ভাবুকি

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁও ঠাকুৰীয়াপাৰাত ব্রহ্মপুত্রৰ বালি মাটি খননৰ বাবে পুনৰ প্রস্তুতি চলোৱা বিষয়টোৱে ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ বালি মাটি মহল স্থাপনৰ ফলত অনাগত দিনত হ’ব পৰা…

CAAৰ যোগেদি এজনো বিদেশী অসমলৈ নাহেঃ মুখ্যমন্ত্ৰী সোণোৱাল

 মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত সংবাদমেল মুখ্যমন্ত্ৰীৰ অসম সদায় 'অসমীয়াৰ' হৈ থাকিব সৰ্বকালৰ ৰাজ্যভাষা হিচাপে 'অসমীয়া' থাকিব ইয়াৰ বাবে চৰকাৰে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব…

গুৱাহাটীত ৰাজহুৱা সা–সম্পত্তি ধ্বংসৰ প্রতিবেদন দাখিলৰ নির্দেশ ডিচিৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা) প্রত্যাহাৰৰ দাবীত চলা আন্দোলনৰ গইনা লৈ একাংশ লোকে হিংসাত্মক কার্যকলাপ চলাই গুৱাহাটী মহানগৰীৰ বহু ৰাজহুৱা সম্পত্তি ধ্বংস কৰে ৷ প্রতিবাদৰ নামত চলা হিংসাত্মক কার্যত কিমান ৰাজহুৱা…

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ব্যর্থতাঃ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত আজাৰাৰ জৱে পাটগাঁওবাসী

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ মহানগৰীৰ আজাৰা ৰাজহ চক্রৰ অন্তর্গত জৱে পাটগাঁৱৰ ৰাইজে মহানগৰীত থাকিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’ব লগা হোৱা ঘটনাই চৰকাৰৰ ব্যর্থতা উদঙাই দিছে ৷ জানিব পৰা মতে, প্রায় পোন্ধৰ বছৰ পূর্বে গুৱাহাটী উন্নয়ন নিগমৰ…

মুশ্বাৰফৰ মৃত্যুদণ্ড

পাকিস্তানত শেহতীয়াকৈ এটা তাৎপর্যপূর্ণ ঘটনা সংঘটিত হৈছে৷ ১৯৪৭ চনৰ পৰা অধিক সময় সেনাৰ শাসনত থকা দেশখনত এজন প্রাক্তন ৰাষ্ট্রপতিক ৰাষ্ট্রদ্রোহৰ অপৰাধত মৃত্যুদণ্ড বিহা হৈছে৷ তেওঁ কেৱল প্রাক্তন ৰাষ্ট্রপতিয়েই নাছিল, দেশখনৰ প্রাক্তন সেনানায়কো আছিল৷…

নলবাৰীত আজি মহাসমৰঃ ‘কা’ৰ সমৰ্থনত মৌন সমদল-বিৰোধিতাৰে ‘বজ্রনিনাদ’

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ দাবীত ৰাজ্যৰ সর্বত্র বিক্ষোভ–প্রতিবাদ অব্যাহত থকাৰ মাজতে আজি নলবাৰীত দেখা গৈছে দুই বিপৰীত ছবি ৷ এফালে ‘কা’ৰ বিৰুদ্ধে প্রতিবাদী জনতা আৰু আনফালে ‘কা’ৰ সপক্ষে থকা ৰজাঘৰীয়াৰ কার্যসূচী…