নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাসূচী ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষাসূচী ঘোষণা ২৩ ডিচেম্বৰৰ পৰা হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব স্নাতক পৰীক্ষাসমূহ এই কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই

১৮ ডিচেম্বৰত কৰ্মচাৰী পৰিষদৰ কৰ্মবিৰতি

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ অসমৰ জনসাধাৰণৰ প্ৰতিবাদক নেওচি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা অবৈধ নাগৰিকক ধৰ্মৰ ভিত্তিত ভাৰতত নাগৰিকত্ব প্ৰদানৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে সদৌ অসম…

অখিল গগৈৰ বিৰুদ্ধে এন আই এৰ গোচৰ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলনত নামি পৰা অখিল গগৈৰ বিৰুদ্ধে এন আই এয়ে গোচৰ ৰুজু কৰিছে ৷ যোৱা ১০ ডিচেম্বৰত ডিব্রুগড়ত অনুষ্ঠিত এখন সংবাদ মেলত ৰাষ্ট্রবিৰোধী কার্যত উচটনি দিয়াৰ অভিযোগত এন আই এয়ে…

কলকাতাৰ বিশ্ব ভাৰতীত অসমীয়া ছাত্র–ছাত্রীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন–২০১৯ ৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন স্থানৰ লগতে কলকাতাৰ অন্যতম বিশ্ববিদ্যালয় বিশ্ব ভাৰতীতো অসমীয়া ছাত্র–ছাত্রীসকলে প্রতিবাদ সাব্যস্ত কৰিছে ৷ অসমীয়া মানুহৰ স্বার্থৰ বিৰুদ্ধে যোৱা এই আইন মানি নলওঁ…

ভুবনেশ্বৰ চহৰত একত্রিত হ’ল প্রবাসী অসমীয়া

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ শনিবাৰে ওড়িশাত থকা শ শ প্রবাসী অসমীয়া আৰু উত্তৰ–পূর্বাঞ্চলৰ লোকে ভুবনেশ্বৰ চহৰৰ মাজমজিয়াত একত্রিত হৈ সম্পূর্ণ গণতান্ত্রিক প্রক্রিয়াৰে নাগৰিকত্ব সংশোধনী আইন–২০১৯ৰ বিৰোধিতা কৰে ৷ দমনমূলক নীতিৰে অসমীয়া প্রতিবাদী…

বাংগালুৰুত আছাম ছ’চাইটীৰ উদ্যোগত অসমীয়াৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বাংগালুৰুতো জাগি উঠিছে প্রবাসী অসমীয়াসকল ৷ অসমৰ পৰা গৈ বাংগালুৰুত বাস কৰা অসমীয়াসকলে আছাম ছ’চাইটীৰ বেনাৰত শনিবাৰে কেন্দ্রীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰে ৷ এক…

দিল্লীৰ যন্তৰ–মন্তৰ, অসম ভৱনত অসমীয়াৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীতো তীব্র প্রতিবাদ সাব্যস্ত কৰিছে প্রবাসী অসমীয়া আৰু ছাত্র–ছাত্রীসকলে ৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শনিবাৰে দিল্লীত অধ্যয়নৰত হাজাৰ হাজাৰ অসমীয়া…

মুম্বাইত গীত–কথাৰে অসমীয়া শিল্পী সমাজৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে একত্রিত হ’ল মুম্বাইত প্রতিষ্ঠিত অসমীয়া শিল্পী সমাজ ৷ মায়ানগৰী মুম্বাইত কর্মৰত শিল্পীসকলে গীত আৰু কথাৰে তীব্র বিৰোধিতা কৰে নাগৰিকত্ব সংশোধনী আইনৰ ৷ অসমীয়া শিল্পী সমাজৰ উদ্যোগত আজি…

সাম্প্ৰতিক পৰিস্থিতিক লৈ শীঘ্রে প্রধানমন্ত্রী–গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কৰ…

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ শনিবাৰে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিজেপিৰ মন্ত্ৰী-সাংসদ-বিধায়কসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হোৱাৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ …

আই অসমীৰ আহ্বানত একত্ৰিত প্ৰবাসী অসমীয়া

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰঃ আই অসমীৰ আকুল আহ্বানত জাগি উঠিছে প্ৰবাসী অসমীয়াসকল । সাত সাগৰ তেৰ নদীৰ সিপাৰেও নাগৰিকত্ব সংশোধনী আইন(কা)ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিদেশত থকা অসমীয়াৰ কণ্ঠ । দেশৰ ভিন্ন স্থানত শনিবাৰে কাৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণে…