বগা চন্দনৰ ঔষধি গুণ
হিৰণ্য কুমাৰ শর্মা
চন্দন ভাৰতীয়ৰ জনপ্রিয় নাম৷ ইয়াৰ ব্যৱহাৰ পৃথিৱীৰ বিভিন্ন প্রান্তত প্রায় ৪০০০ বছৰ পুৰণি৷ হিন্দুৰ পৌৰাণিক সাহিত্যৰ লগতে ৰামায়ণ, মহাভাৰতত স্পষ্ট ৰূপত বর্ণনা তথা ব্যৱহাৰৰ কথা উল্লেখ আছে৷ চন্দন শব্দ সংস্কৃত আৰু…