নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত অগপৰ কার্যালয় ভাঙি লণ্ডভণ্ড আছু কর্মীৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে উত্তাল প্রতিবাদ অব্যাহত আছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্রুগড়ত ৷ দেওবাৰে প্রতিবাদী আছু কর্মীসকলৰ ৰোষত পৰে ডিব্রুগড় জিলা অগপৰ কার্যালয় ৷ উল্লেখ্য যে দেওবাৰে…

লোকসভাত বিশেষ বিধেয়ক ৰূপে আজি আহিব ‘কেব’

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ অসমত তীব্র প্রতিবাদ চলি থকাৰ মাজতে আজি লোকসভাত উত্থাপন হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৯ ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্থাপন কৰিব বিধেয়কখন ৷ বিধেয়কখন গৃহীত হোৱাটো নিশ্চিত কৰিবলৈ লোকসভাত থ্রী লাইন হুইপ…

পুৱাৰ পৰায়ে অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰঃ আজি লোকসভাত উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক । এই বিধেয়ক বাতিলৰ দাবীত সোমবাৰে পুৱাৰ পৰায়ে অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে অসমৰ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ । বিশেষকৈ আক্ৰাছু, চুতীয়া ছাত্ৰসন্থাকে ধৰি…

পলকতে আজিৰ দিনটো-

আজি সোমবাৰ অসমীয়া তাৰিখ অনুসৰি ২২ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ৯ ডিচেম্বৰ, ২০১৯ চন ১৬০৮ ত ইংৰাজ কবি জন মিল্টনৰ জন্ম ১৮২৫ ত চিপাহী বিদ্ৰোহৰ বীৰ তুলাৰামৰ জন্ম ১৮৯৮ ত বংগৰ প্ৰসিদ্ধ বেলুৰ মঠ নিৰ্মাণ ১৯৪৫ ত অভিনেতা…

‘ৰাজপথত আন্দোলন কৰিলেই সুৰক্ষিত নহয় জাতি’ – মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ "ৰাজপথত আন্দোলন কৰিলেই সুৰক্ষিত নহয় অসমীয়া জাতি। অসমীয়া জাতিৰ ক্ষতি কৰিব পৰা কাম এইখন চৰকাৰে নকৰে ।"- ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে দেওবাৰে এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ…

কাইলৈৰ পৰা ৰঞ্জি ট্রফীঃ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অসমৰ প্রথম প্রতিদ্বন্দ্বী ছার্ভিচেছ

নিউজডেস্ক, ৮ ডিচেম্বৰঃ সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হ’ব বি চি চি আইৰ সবাতোকৈ মর্যাদাপূর্ণ ক্রিকেট প্রতিযোগিতা ৰঞ্জি ট্রফী ৷ প্রতিবছৰৰ দৰে এইবাৰো ৰঞ্জি ছিজনৰ পূর্বে অসম দলক লৈ ক্রিকেটপ্রেমীৰ মাজত আৰম্ভ হৈছে অনেক আশা–প্রত্যাশা আৰু জল্পনা–কল্পনা…

ৰাটোডেৰোঃ এইচ আই ভিৰ অভিকেন্দ্র

অজিত চহৰীয়া পাকিস্তানৰ এখন সৰু চহৰ৷ নাম ৰাটোডেৰো৷ দেশখনৰ সিন্ধ প্রদেশৰ লাৰকানা মহকুমাৰ সদৰ চহৰ ৰাটোডেৰো৷ মিঠাইৰ কাৰণে বিখ্যাত সৰু চহৰখন৷ কিন্তু চলিত মাহৰ মাজভাগত সংবাদ শিৰোনামলৈ আহে সৰু চহৰখন৷ ৰাটোডেৰোৰ ৯০০ শিশুএইচ আই ভিত আক্রান্ত…

ছন্দহীন ছাইনাই চিন্তিত কৰি তুলিছে ভাৰতীয় বেডমিণ্টনক

বিদ্যুৎ বিকাশ বৈশ্য এসময়ৰ বিশ্বশ্রেষ্ঠই এতিয়া যেন দৌৰি ফুৰিছে ছন্দৰ বাবে৷ একালত বিশ্বৰ খেলুৱৈৰ বাবে ত্রাসৰ কাৰণ হৈ পৰা খেলুৱৈগৰাকীক এতিয়া হেলাৰঙে পৰাস্ত কৰে অনামী খেলুৱৈয়ে৷ ইখনৰ পিছত সিখন প্রতিযোগিতাত ছন্দপতন৷ কোন এই খেলুৱৈগৰাকী,…

বিশ্ব সাহিত্যৰ পাঁচখন বিতর্কিত কিতাপ

প্রাণজ্যোতি নাথ মার্টিন লুথাৰ কিঙে কৈছিল– ‘মানুহ এজনৰ স্থিৰতা জোখাৰ সেয়াহে প্রকৃত সময়, যেতিয়া তেওঁক বিতর্ক আৰু প্রত্যাহ্বানে লগ লয়৷ সুখ–সুবিধাৰ মাজত থকা মানুহ এজনৰ স্থিৰতা জুখিব নোৱাৰি৷’ স্থিৰ হৈ থকা সহজ নহয়, যেতিয়া বিতর্ক আৰু…

‘কেব’ক লৈ আন্দোলনঃ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকলো জিলাৰ আৰক্ষীক নির্দেশ গৃহ বিভাগৰ

নিয়মীয়া, ৮ ডিচেম্বৰঃ ‘কেব’ৰ বিৰোধিতাক লৈ চলা শেহতীয়া আন্দোলনৰ কেতবোৰ কার্যসূচীক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ ৷ বিশেষকৈ নিশাৰ ভাগত একাংশ মন্ত্রী–বিধায়কৰ বাসভৱন ঘেৰাও, আপত্তিজনক বক্তব্যৰে কৰা পোষ্টাৰিং আদি প্রতিবাদৰ সময়ছোৱাত গৃহ…