ভাৰতৰ ভূতৰ ৰাজধানী ভানগড় দুর্গ
যোগেশ কলিতা
বিস্ময়কৰ বহু ঠাইৰে পৰিপূর্ণ ভাৰতবর্ষ৷ অতি মনোমোহা পৰিৱেশ, নান্দনিক দৃশ্যৰে ভৰপূৰ ঠাইত ঘূৰি ফুৰাৰ মজাই সুকীয়া৷ কিন্তু ভাৰতত তেনে এখন অদ্ভুত ঠাই আছে, যি ঠাই মাথোঁ ভয়, শংকা তথা অদ্ভুত কাণ্ড–কাৰখানাৰ বাবে বিখ্যাত৷ সন্ধিয়া…