নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত ৭৯টা পদৰ বিজ্ঞাপন

কেন্দ্রীয় চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী (এনআইএ) অর্থাৎ ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত খালী হৈছে ৭৯টা পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ…

পাৱাৰ গ্রিডত ৩৫ পদ খালী

দেশৰ শক্তিখণ্ডৰ সম্প্রসাৰণৰ লগতে বিশ্বৰ অন্যতম অগ্রণী বৈদ্যুতিক শক্তি সম্প্রসাৰণকাৰী কোম্পানী পাৱাৰ গ্রিড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ কোম্পানীটোৰ ইলেক্ট্রিকেল বিভাগত ৩০টা আৰু চিভিল বিভাগত ৫টা পদত অচিৰেই…

উত্তৰ–পূব সীমান্ত ৰে’লৱেত ১২ পদ

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ স্কাউট এণ্ড গাইড বিভাগত খালী হৈছে ১২টা পদ৷ পদকেইটা গ্রুপ–চি আৰু ডি পর্যায়ৰ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি গ্রুপ–চি পর্যায়ৰ পদৰ সংখ্যা ২টা প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে দ্বাদশ উত্তীর্ণ আৰু প্রতি মিনিটত ৩০টা ইংৰাজী…

যুৱক-যুৱতীক উলংগ কৰি ভিডিঅ’, তাৰ পিছত ধন দাবী…

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ মৰেল পুলিচৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈছে গোৱালপাৰাৰ কৃষ্ণাইত। এহাল যুৱক-যুৱতী অসামাজিক কাৰ্যত লিপ্ত হৈ থকাৰ অভিযোগত প্ৰহাৰ কৰে একাংশ যুবকে তাৰ পিছতে দুয়োকে উলংগ কৰি ভিডিঅ' কৰে নিকৃষ্ট মানসিকতাৰ কেইজনমান যুৱকে আৰু…

আই এন এক্স মিডিয়াৰ গোচৰত জামিন পি. চিদাম্বৰমৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আই এন এক্স মিডিয়াৰ গোচৰত অভিযুক্ত পি. চিদাম্বৰমৰ উচ্চতম ন্য়ায়ালয়ৰ পৰা জামিন লাভ কৰিছে। এই গোচৰত ই.ডি আৰু চি বি আইয়ে পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছিল। চিদাম্বৰমক ২১ আগষ্টত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছিল। ২২ অক্টোবৰত…

মণিপুৰত ১৬৫ কোটি টকাৰ হেৰোইনৰ ভাণ্ডাৰ জব্দ

নিউজডেস্ক, ৪ ডিচেম্বৰঃ মণিপুৰৰ থৌবাল জিলাৰ ছডা খুম্বী গাঁৱত আৰক্ষী আৰু আছাম ৰাইফলছে যৌথ অভিযান চলাই নিচাযুক্ত দ্ৰব্য প্ৰস্তুতকাৰী এটা বৃহৎ লেবৰেটৰী উৎখাত কৰে । ইয়াৰ লগতে জব্দ কৰে ১৬৫ কোটি টকাৰ হেৰোইনসহ নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰা কেঁচামাল…

৯ সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ বুধবাৰে পুৱাই এক ভয়ংকৰ ঘটনা সংঘটিত হয় ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত । ঘটনা অনুসৰি এজন আই টি বি পিৰ জোৱানে গুলীৰে থকা-সৰকা কৰে ৯ জনকৈ সতীৰ্থক । ইয়াৰে ৬ জনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে ৩ জনৰ অৱস্থা সংকটজনক । সতীৰ্থৰ…

আই চি চি টেষ্ট ৰেংকিঙত পুনৰ শীৰ্ষত বিৰাট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ আই চি চি টেষ্ট ৰেংকিঙত বিৰাট কোহলীয়ে পুনৰ শীৰ্ষ স্থান দখল কৰিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ৰেংকিঙ মতে কোহলীয়ে ৯২৮ পইণ্টেৰে শীৰ্ষ স্থান দখল কৰিছে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক জনে ষ্টিভ স্মিথক অতিক্ৰম কৰি এই লক্ষ্যত…

১০ ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক-হাইমাদ্ৰাছা পৰীক্ষা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হব মেট্ৰিক আৰু হাই-মাদ্ৰাছা পৰীক্ষা। এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব ৩লাখ ৫৭হাজাৰ পৰীক্ষাৰ্থী। বিগত বৰ্ষৰ দৰে এইবাৰো পৰীক্ষাকেন্দ্ৰত মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। লগতে প্ৰতিটো…

৩ বছৰলৈ হ্রাস হ’ব নির্বাচক মণ্ডলীৰ কার্যকাল

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাষ্ট্রীয় নির্বাচক মণ্ডলীৰ নতুন কার্যকাল তিনি বছৰলৈ হ্রাস কৰাৰ চিন্তা–চর্চা কৰিছে বি চি চি আইৰ নতুন সভাপতি সৌৰভ গাংগুলীয়ে৷ নির্বাচকসকলক সময়ৰ সৈতে খাপ খুৱাই ৰখোৱাৰ লক্ষ্যৰে ব’ডৰ মুৰব্বীগৰাকীয়ে ৰাষ্ট্রীয় নির্বাচক…