নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলনলৈ উভতিল যশপ্রীত বুমৰাহ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ পিঠিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰা টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে আজি অনুশীলন আৰম্ভ কৰিছে৷ মুম্বাই ক্রিকেট সন্থাত প্রশিক্ষক ৰজনীকান্ত শিৱাগনানমৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰা বুলি সন্থাৰ এক সূত্রই…

১২–১৫ ডিচেম্বৰত অসম যোগ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ যোগৰ জৰিয়তে স্বাস্থ্যৱান আৰু সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্পৰে উত্তৰ–পূর্বাঞ্চলৰ স্বেচ্ছাসেৱী যোগ প্রতিষ্ঠান ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্রৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ…

উত্তৰ–পূবৰ ৰাজ্যক লৈ কেন্দ্রই গঠন কৰিব ‘নেওমা’

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাজ্যক অর্থনৈতিকভাৱে দীর্ঘসময় ধৰি ক্ষতিগ্রস্ত কৰি অহা বান আৰু গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা ৰূপে গ্রহণ নকৰিলেও অসমৰ বান সমস্যাক লৈ কেন্দ্রীয় চৰকাৰ উদ্বিগ্ন ৷ অসমৰ বানক ৰাষ্ট্রীয় সমস্যা ৰূপে ঘোষণা কৰাৰ পৰিৱর্তে এই…

ধঁপাত সেৱনঃ বছৰি গড়ে ১২,০০০ জন কেঞ্চাৰত আক্রান্ত

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ধঁপাত জাতীয় দ্রব্য সেৱনৰ ফলত ৰাজ্যখনত বছৰি গড়ে ১২,০০০ লোক কেঞ্চাৰত আক্রান্ত হয় ৷ বিধায়ক ৰ’জলীন তির্কীৰ এক প্রশ্ণৰ উত্তৰত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে ৷ সদনত মন্ত্রী ড০ শর্মাই কয় যে বি…

নাগৰিকত্ব সংশোধনী বিধেয়কঃ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ বুধবাৰে কেন্দ্ৰীয় কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়কক অনুমোদন দিলে কেবিনেটে । বুধবাৰে পুৱা সংসদত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা নাই হয় এই বিধেয়ক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে আন আন কেবিনেট মন্ত্ৰীসকলৰ…

মুক্ত সাংবাদিক-ব্লগাৰসকলক বিদেশী চোৰাংচোৱা আখ্যা পুটিনৰ

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে এক বিতর্কিত আইনত স্বাক্ষৰ কৰি দেশখনৰ মুক্ত সাংবাদিকসকলক বিদেশী চোৰাংচোৱা বুলি অভিহিত কৰিছে ৷ মুক্ত সাংবাদিকসকলৰ লগতে ব্লগাৰসকলক এনেদৰে ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে বিদেশী চোৰাংচোৱা…

সমীকৰণ সলনি হৈছে ঝাৰখণ্ডতঃ মুখ্যমন্ত্রী পদৰ দাবীদাৰ সুদেশ মাহাতো

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ মহাৰাষ্ট্রত বিজেপি–শিৱসেনাৰ মিত্রতাৰ পতনৰ পিছত ঝাৰখণ্ডত আজছু মুৰব্বী সুদেশ মাহাতোৱে মুখ্যমন্ত্রী পদ দখলৰ সপোন দেখিবলৈ লৈছে ৷ ক্রীড়া ক্ষেত্রৰ সৈতে জড়িত আজছুৰ সভাপতি সুদেশ মাহাতোৰ আছে ৰাজ্যখনৰ ৰাজনীতিত বিশেষ প্রভাৱ…

সামাজিক মাধ্যমৰ ভৱিষ্যৎ

ইণ্টাৰনেটৰ সহজলভ্যতাই সামাজিক মাধ্যমবোৰক মানুহৰ মাজত অতি জনপ্রিয় কৰি দিছিল আৰু সি ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্রতে প্রভাৱ বিস্তাৰ কৰিছিল৷ যোগাযোগ স্থাপনৰ ক্ষেত্রত প্রয়োজন হোৱা নিম্নতম সময় আৰু পোনপটীয়া যোগাযোগ স্থাপনৰ সুবিধাই আছিল এই…

গ্ল’বেল ইউনিভার্ছ সৌন্দর্য প্রতিযোগিতাত উজলিল সংঘমিত্রা

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কলম্বোত অলপতে অনুষ্ঠিত গ্ল’বেল ইউনিভার্ছ সৌন্দর্য প্রতিযোগিতাত উজলি উঠিছে অসমৰ মোহময়ী মডেল সংঘমিত্রা ডেকা ৷ এক ডিচেম্বৰত সামৰণি পৰা সৌন্দর্য প্রতিযোগিতাখনত তেওঁ কুইন দ্বিতীয় ৰানার্ছআপ খিতাপ জয় কৰিবলৈ সক্ষম হয় ৷…

কেবৰ বিৰুদ্ধে প্রাক্তন জোৱানৰ একক অভিযানঃ উজনিলৈ চাইকেল যাত্ৰা

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ সমগ্র ৰাজ্যখনত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হৈছে তীব্র প্রতিবাদ ৷ বিভিন্ন দল–সংগঠনৰ প্রতিবাদত এতিয়া উত্তাল ৰাজ্য ৷ পিছপৰি ৰোৱা নাই প্রাক্তন সেনা জোৱানো ৷ হিমাংশু গগৈ নামৰ প্রাক্তন বায়ুসেনা…