নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্লাষ্টিক–আৱর্জনাৰে ভৰিছে বশিষ্ঠ নৈ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ পাৰিপার্শ্বিকতাৰ লগতে প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্রতি লক্ষ্য ৰাখি যিসময়ত দেশজুৰি প্লাষ্টিক বর্জনৰ আন্দোলন চলিছে, সেই সময়তে পেলনীয়া সামগ্রী আৰু প্লাষ্টিকেৰে ভৰি পৰিছে বশিষ্ঠ নদী ৷ একাংশ অসাধু লোকে নৈখনক ডাষ্টবিন…

এতিয়াৰে পৰা মহানগৰ আৰু চহৰত হেলমেট পিন্ধাটো জৰুৰী নহয়..

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ হেলমেট পিন্ধাৰ ক্ষেত্ৰত যান-বাহন আৰক্ষী কঠোৰ হোৱাৰ সময়তে সাল-সলনি হৈছে বহু নিয়ম । অৱশ্যে এইয়া অসমৰ বাবে নহয় , গুজৰাট চৰকাৰেহে এতিয়া সালসলনি কৰিছে বহু নিয়ম । ৰাজ্যখনৰ মহানগৰ আৰু চহৰ অঞ্চলত এতিয়াৰে পৰা দুচকীয়া বাহনৰ…

প্ৰচাৰত ছোনিয়া গান্ধী-প্ৰিয়ংকাক বিচাৰি অনুৰোধ ঝাৰখণ্ড কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ মহাৰাষ্ট্র আৰু হাৰিয়ানা বিধানসভা নির্বাচনৰ ফলাফলৰ পাছত কংগ্রেছ শীর্ষ নেতৃত্বই দলটোৰ নেতাসকলক ঝাৰখণ্ডৰ নির্বাচনত প্রচাৰ কার্যত নমোৱাৰ ক্ষেত্রত প্রচেষ্টা চলাই আছে ৷ উল্লেখনীয় যে ৰাহুল গান্ধীৰ উপৰি ছোনিয়া গান্ধী আৰু…

কেলিফর্নিয়ালৈ আমন্ত্রিত ‘এ ব্লাইণ্ড ডগ’

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ আমেৰিকাৰ অন্যতম সন্মানীয় ছবি মহোৎসৱ ‘বে’ এৰিয়া ছাউথ এছিয়ান ছবি মহোৎসৱলৈ আমন্ত্রণ লাভ কৰিছে অসমৰ প্রথমখন থ্রী–ডি এনিমেচন ছবি ‘এ ব্লাইণ্ড ডগ’–এ ৷ কেলিফ’র্নিয়াত অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱখনৰ…

বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী বাছৰ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ধূপধৰাত ভয়াৱহ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুতৰ খুঁটাত খুন্দা যাত্ৰীবাহী আল্ট্ৰা বাহনৰ। দুৰ্ঘটনাত আহত বাছখনৰ বহুকেইজন যাত্ৰী। আহত লোকসকলক ধূপধৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৱাহাটীৰ পৰা…

ঝাৰখণ্ডত কৃষকৰ ঋণ ৰেহাইৰ প্রতিশ্রুতি ৰাহুল গান্ধীৰ

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ মঙলবাৰে ঝাৰখণ্ডত কংগ্রেছৰ হৈ প্রচাৰ অভিযান চলোৱা দলটোৰ নেতা ৰাহুল গান্ধীয়ে কয় যে ছত্তিশগড়ৰ দৰে ঝাৰখণ্ডৰ পৰিস্থিতি সলনি কৰি দিব কংগ্রেছে ৷ ছত্তিশগড়ত ক্ষমতালৈ অহাৰ এবছৰৰ ভিতৰতে কংগ্রেছ চৰকাৰে ৰাজ্যখনৰ প্রগতিৰ…

গণিতজ্ঞ বশিষ্ঠ নাৰায়ণক লৈ নির্মাণ হ’ব বায়’পিক

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ কিংবদন্তি ভাৰতীয় গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ জীৱন আৰু কর্মক লৈ নির্মাণ হ’ব এখন চলচ্চিত্র ৷ এই বায়’পিক নির্মাণ কৰিব ফাৰহান আখতাৰ তথা ৰীতেশ সিধৱানিয়ে ৷ ৰীতেশৰ এক্সেল এণ্টাৰটেইনমেণ্টে সংস্থাটোৰ পৰৱর্তী ছবি বশিষ্ঠ…

ৰঙা পিক ৰোধিবলৈ ডিভাইদাৰত পলিথিন

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰক আদৰিবলৈ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক । যুদ্ধকালীন তৎপৰতাৰে জি এম চি, জি এম ডি এ আৰু জিলা প্ৰশাসনকে ধৰি বিভিন্ন বিভাগে…

অইল ইণ্ডিয়া লিমিটেডত ১৬ পদ পূৰণৰ বিজ্ঞাপন

অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজান মুখ্য কার্যালয়ত খালী হৈছে কেইবাটাও পদ৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই বিভাগীয় কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ইঞ্জিনীয়াৰ ২টাঃ…

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত একাধিক পদৰ সাক্ষাৎকাৰ

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ শিক্ষানুষ্ঠানখনৰ কেইবাটাও গুৰুত্বপূর্ণ বিভাগত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ এই বিষয়ে বিশ্ববিদ্যালয়খনৰ কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান…