নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলেমত চোৰৰ উপদ্রৱ

নিয়মীয়া বার্তা, ৩ ডিচেম্বৰঃ গহপুৰ মহকুমাৰ হেলেম থানাৰ অন্তর্গত অসম গ্রামীণ বিকাশ বেংকৰ চন্দামাৰী শাখাত দেওবাৰে নিশা চোৰে তাণ্ডৱ চলোৱা ঘটনাই সমগ্র অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ সোমবাৰে পুৱা শাখাটোৰ বেংক পৰিচালকগৰাকী শাখাটোত…

ঘুণাসুঁতিত ঘোঁৰাগাডীত উঠাই চিকিৎসালয়লৈ নিলে প্রসূতিক

নিয়মীয়া বার্তা, ৩ ডিচেম্বৰঃ ৰাজ্যৰ ক্ষমতাধিষ্ঠিত চৰকাৰখনে নৱপ্রজন্মক সম্পদৰূপে গঢ় দিবলৈ প্রসূতি মাতৃসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে উন্নতমানৰ যোগাযোগ আৰু চিকিৎসাৰ বাবে সু–ব্যৱস্থা কৰাৰ সময়তে এগৰাকী প্রসূতিক চিকিৎসালয়লৈ নিবলৈ…

ডিটেনচন কেম্পৰ পৰা জামিনত মুক্তি পোৱা ব্যক্তিলৈ বিদেশীৰ জাননী

নিয়মীয়া বাৰ্তা, ডিচেম্বৰঃ ভাৰতীয় নাগৰিকক বিদেশী তথা অবৈধ বাংলাদেশীৰ সন্দেহত গোচৰ ৰুজু কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে বঙাইগাঁও সীমান্ত আৰক্ষীৰ বিৰুদ্ধে ৷ বঙাইগাঁও জিলাত একাংশ সর্বসাধাৰণ লোকক বিদেশী নাগৰিক বুলি সন্দেহ কৰি গোচৰ ৰুজু কৰাৰ…

দুৰ্গতক সহায়ৰ অচিলাৰে টকা লৈ উধাও ‘লেডী গেং’

নিয়মীয়া বার্তা, ৩ ডিচেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন প্রান্তত লেডী গেঙৰ দলে সমাজবিৰোধী কার্য সংঘটিত কৰাৰ সময়তে চিলাপথাৰতো আৰম্ভ কৰিছে ধন লুটৰ অভিযান । ৩০ নৱেম্বৰৰ পুৱা প্রায় ১০ বজাত সর্বাধিক ব্যস্ততাপূর্ণ চিলাপথাৰ–জোনাই সংযোগী পথৰ জোনাকী নগৰত হঠাৎ…

পলকতে আজিৰ দিনটো-

আজি সোমবাৰ অসমীয়া তাৰিখ অনুসৰি ১৫ আঘোণ, ১৯৪১ শক ইংৰাজী তাৰিখ অনুসৰি ২ ডিচেম্বৰ, ২০১৯ চন বিশ্ব প্ৰতিবন্ধী দিৱস ১৮৮৪ ত দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম ১৯৭৫ ত লাওছত গণতন্ত্ৰ প্ৰতিষ্ঠা ১৮৮৯ ত স্বাধীনতা সংগ্ৰামী…

বাঁহী নির্মাণ কৰি জগত জিনিছে তিতাবৰৰ চন্দনে

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ চন্দন শইকীয়া যোৰহাট জিলাৰ তিতাবৰৰ মিলন নগৰৰ এটা সাধাৰণ খেতিয়ক পৰিয়ালৰ সন্তান ৷ এই যুৱকগৰাকীয়ে তিতাবৰৰ দৰে এখন পিছপৰা ঠাইৰ পৰা নিজৰ একাগ্রতা আৰু শৃংখলাবদ্ধ জীৱন, কর্মস্পৃহাৰে বাঁহী বজাই আৰু বাঁহী বনাই সফলতাৰ জখলা…

ব্রিটিছ প্রশাসক আডাম হোৱাইটৰ ১৮৪ বছৰীয়া বাংলোৰ দুর্গতি

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ বৰলুইতৰ প্রকাণ্ড ঢৌ, দুষ্প্রাপ্য শিহুৰ জলকেলি কিম্বা পৰিভ্রমী পক্ষীৰ কাকলিৰ সাক্ষীৰূপে বিগত ১৮৪ বছৰ ধৰি অস্তিত্ব বর্তাই ৰাখিছে বিশ্বনাথৰ ব্রিটিছ বাংলোৱে ৷ সমুখত বুঢ়ালুইত, তাৰ নিচেই কাষতে স্থাপন কৰা বহু কোঠালীয়া…

আপোনাৰ আজিৰ দিনটো

মেষ : মনত উৎসাহ পাব৷ যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায়৷ বন্ধু–বান্ধৱৰ পৰা কোনো সূত্রৰ সম্ভেদ পাব পাৰে৷ দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব৷ দাম্পত্যত শুভ৷ বগা শুভ ৰং, ৮ শুভ সংখ্যা ৷ বৃষ : মনটো গধুৰ গধুৰ লাগিব৷ চৰকাৰী কর্মচাৰীসকলৰ দুই–এটা…

চুকাফা দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত অন্নদান

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ অসম দিৱস অর্থাৎ চুকাফা দিৱস উপলক্ষে শিৱসাগৰৰ পশ্চিম যমুনা ৰোডৰ সন্মিলিত যুৱক বৃন্দৰ সৌজন্যত মন্দিৰ পথত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিমূৰ্তিৰ সন্মুখত অন্ন দান নামেৰে এক কাৰ্যসূচী ৰূপায়ন কৰা হয় । নগৰখনৰ…

বিত্ত মন্ত্ৰীক “নিৰ্বলা” বুলি সম্বোধন ৰঞ্জন চৌধুৰীৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ কংগ্ৰেছৰ সংসদীয় দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে লোকসভাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে অসংসদীয় শব্দ প্ৰয়োগ কৰে। চৌধুৰীয়ে নিৰ্মলা সীতাৰমণক উদ্দেশ্য কৰি কয় যে আপোনাৰ প্ৰতি মোৰ সন্মান বহুত আছে, কিন্তু মই ভাবো…