নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ টকা দিয়ক দুটা পিঁয়াজ লওক

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ সাধাৰণতে পিঁয়াজ কাটিলে চকুপানী উলাই যদিও এতিয়া চেঞ্চুৰী কোবোৱা ৰঙা পিঁয়াজৰ দামে চকুপানী উলিয়াইছে সৰ্বসাধাৰণ লোকৰ । ৰঙা পিঁয়াজে ৰাজ্যত শতকৰ ঘৰ চোৱাৰ সময়তে মঙলদৈৰ এখন বজাৰত কেজি হিচাপত বিক্ৰী হোৱাৰ পৰিৱৰ্তে যোৰা…

অযোধ্যাৰ ৰায় পুনৰ বিবেচনাৰ দাবীত উচ্চতম ন্যায়ালয়ত আবেদন জামাতৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ অযোধ্যাৰ বিবাদৰ ৰায়ৰ পাচতেই এতিয়া পুনৰ বিবেচনাৰ বাবে পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জামাত-উলেমা-ই-হিন্দ । সোমবাৰে উচ্চতম ন্যায়ালয়তএই সম্পৰ্কে এক আবেদন দাখিল কৰে জামাত-উলেমা-ই-হিন্দৰ প্ৰধান আৰ্ছাদ মাদানীয়ে ।…

ভুৱা বিএড ডিগ্ৰীঃ চাকৰি গ’ল ২১৪ জন শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ভুৱা বিএড ডিগ্ৰীৰ বাবে চাকৰি গ'ল ২১৪ জন বিদ্যালয় শিক্ষকৰ । উত্তৰপ্ৰদেশৰ মৈনপুৰী, এটাহ জিলাৰ ২১৪ গৰাকী শিক্ষকক ভুৱা ডিগ্ৰীৰ বাবেই নিলম্বন কৰে ৰাজ্যৰ শিক্ষা বিভাগে । এটাহ জিলাৰ ১১৬ জন আৰু মৈনপুৰীত ৭৪ জন শিক্ষকৰ…

ধৰ্ষণ কাণ্ডৰ দোষীক ৰাজহুৱাভাৱে মৃত্যুদণ্ড দিব লাগেঃবচ্চন

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ হায়দৰাবাদৰ মহিলা চিকিতসকক ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ শুনা গল আজি সংসদত। সংসদৰ শীতকালীন অধিবেশনৰ আজি ৰাজ্যসভাত সাংসদ জয়া বচ্চনে উক্ত ঘৰ্ষণৰ ঘটনাত তীব্ৰ নিন্দা কৰে আৰু দোষীসকলক সাৰ্বজনীক ভাৱে মৃত্যুদণ্ড দিব লাগে বুলি…

হায়দৰাবাদৰ পাছত ৰাজস্থানঃ ৬ বছৰীয়া শিশুক ধৰ্ষণ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ হায়দৰাবাদৰ পশু চিকিৎসকৰ ধৰ্ষণ কাণ্ডই দেশ জোকাৰি যোৱাৰ পাচতে আন এক ধৰ্ষণ কাণ্ড পোহৰলৈ আহে দেওবাৰে । ৰাজস্থানৰ টোংকৰ আলিবাগা থানা অঞ্চলৰ এটি ছবছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ পাচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে…

নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহ অনুপ্ৰৱেশকাৰীঃ অধীৰ চৌধুৰী

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক অনুপ্ৰৱেশকাৰী আখ্যা দিলে কংগ্ৰেছৰ পৰিষদীয় দলৰ নেতা অধীৰ চৌধুৰীয়ে । দেওবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি দুয়োকে…

আধাৰ দিয়ক আৰু পিঁয়াজ লৈ যাওক

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ ৰকেটৰ গতিত পিঁয়াজৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক সংকটত পেলোৱা সময়তে দেশজুৰি চৰকাৰৰ বিৰুদ্ধে সংগঠিত হৈছে প্রতিবাদ৷ অকল কেন্দ্রীয় চৰকাৰেই নহয়, বিভিন্ন ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধেও অভিনৱ প্রতিবাদ সাব্যস্ত হৈছে৷ শেহতীয়াকৈ…

শিলসাঁকো বিলত বেদখলক লৈ উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা,২ ডিচেম্বৰঃ আৰক্ষী–প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি বিভিন্ন কৌশলেৰে একাংশ অসাধু লোকে গৃহ নির্মাণ কৰি মহানগৰীৰ জলাশয় সংকুচিত কৰি অহাৰ সময়তে দেওবাৰে শিলসাঁকো বিলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ প্রাকৃতিক ভাৰসাম্য আৰু…

আমেৰিকাৰ দক্ষিণ ডাক’টাত বিমান দুর্ঘটনাত নিহত ৯জন

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ আমেৰিকাৰ দক্ষিণ ডাক’টাত এখন পিলাটাছ পিচি–১২ বিমান দুর্ঘটনাত পতিত হোৱাৰ ফলত ৯ গৰাকী লোক নিহত হৈছে ৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি শনিবাৰে মাজনিশা সংঘটিত হৈছে এই দুর্ঘটনা ৷ বিমানখনে উৰামৰাৰ কিছুসময় পাছতেই…

বনাঞ্চলত বেদখল

গছ থাকিলেহে মানুহ থাকিব ৷ –এই শ্লোগানেৰে চৰকাৰৰ লগতে বিভিন্ন প্রকৃতি–পৰিৱেশপ্রেম্ সংগঠনে জনসাধাৰণৰ মাজত বছৰৰ পিছত বছৰ ধৰি সজাগতা অভিযান অব্যাহত ৰাখিছে৷ ইতিমধ্যে ইয়াৰ নামত ব্যয় হৈছে ৰাজকোষৰ বৃহৎ পৰিমাণৰ পুঁজি৷ পিছে এনে সজাগতা অভিযান তথা…