নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিটো বস্তু বেয়া সেইটো আমি বাধা দিব লাগিব, কি বস্তুত বাধা দিব জুবিনে?

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ CABৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিন গাৰ্গ। CABৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব জুবিনে। বিভিন্ন দল-সংগঠন শিল্পী সমাজৰ সহযোগত ৰাজপথত জুবিনে চলাব প্ৰতিবাদ। তেজপুৰৰ তেলেৰীয়াত সাংবাদিকক জনালে জুবিন গাৰ্গে। আমি সকলো…

কটনৰ সন্মুখত এবিভিপি নেতাক আক্রমণ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বহু চর্চিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক (কেব)ৰ সমর্থনত ফেচবুকত এটা পোষ্ট দি একাংশ কটনিয়ানৰ আক্রমণৰ বলি হ’ব লগা হয় এজন পৰীক্ষা নিৰীক্ষক৷ ভুক্তভোগী পৰীক্ষা নিয়ন্ত্রকজন হ’ল ত্রিনয়ন কোচ৷ পৰৱর্তী সময়ত এই ঘটনাৰ ন্যায়…

শূন্য ৰানত ৬ উইকেটঃ ‘ছাগ’ত চাঞ্চল্য নেপালৰ বলাৰৰ

 নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ  ছাউথ এছিয়ান গেমছত নতুনকৈ অন্তর্ভুক্ত হোৱা টি–২০ ক্রিকেটৰ এক আজৱ পৰিসংখ্যাই আজি বিশ্বৰ ক্রিকেটপ্রেমীক চমকিত কৰে৷ মালদ্বীপৰ বিৰুদ্ধে খেলা এখন মেচত ঘৰুৱা দল নেপালৰ এগৰাকী বলাৰে কোনো ৰান ব্যয় নকৰাকৈ ৬টাকৈ উইকেট দখল…

জামছেদপুৰৰে ড্র নর্থ–ইষ্ট এফ চিৰ

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ চলিত আই এছ এলত অপৰাজয়ৰ ধাৰা অব্যাহত ৰাখিছে নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে৷ জামছেদপুৰত সোমবাৰে অনুষ্ঠিত এখন মেচত দলটোৱে ঘৰুৱা দল জামছেদপুৰ এফ চিৰ সৈতে ১–১ গ’লত ড্র খেলে৷ অন্তিম ক্ষণলৈ নর্থ–ইষ্ট ইউনাইটেড এফ চি ০–১ গ’লত…

গীর্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪ খ্রীষ্টানক নৃশংস হত্যা : বুর্কিনা ফাছোত জেহাদীৰ আক্রমণ

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ পশ্চিম আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোত দেওবাৰে ইছলামিষ্ট সন্ত্রাসবাদীয়ে গির্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪গৰাকী খ্রীষ্টান লোকক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে দেশখনৰ পৰিস্থিতি ৷ উল্লেখনীয় যে,…

তেজপুৰত দুৰ্ঘটনাত থিতাতে নিহত ৪জন

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ তেজপুৰৰ বিহগুৰিত শোকাৱহ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা এখন ইণ্ডিগ' মাঞ্জা বাহনৰ। দুৰ্ঘটনাত থিতাতে নিহত ৩জন লোক আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় এজন লোকৰ। জুবিন আৰ্টিষ্ট একাদশ আৰু সাংবাদিক একাদশৰ ফুটবল…

দেশত নিয়মীয়াকৈ হ’ব দিবা–নৈশ টেষ্ট

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ ভাৰতৰ মাটিত শেহতীয়াকৈ অনুষ্ঠিত প্রথমখন দিবা–নৈশ টেষ্টলৈ দর্শকৰ অভূতপূর্ব সঁহাৰিয়ে উৎসাহিত কৰিছে বি চি চি আইৰ মুৰব্বী সৌৰভ গাংগুলীক৷ মুম্বাইত কালি অনুষ্ঠিত ব’ডৰ বহু প্রত্যাশিত বার্ষিক সাধাৰণ সভাৰ পিছত সাংবাদিকৰে…

বিশ্বৰ ৩৩ নিযুত লোকৰ নাই খাদ্য নিৰাপত্তা

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বিশ্বজুৰি বিভিন্ন পর্যায়ত সজাগতা অভিযান চলি আছে যদিও কোনো এখন দেশৰ চৰকাৰে এই বিষয়টোৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই ৷ শেহতীয়াকৈ ইউৰোপীয় ৰাষ্ট্র স্পেইনৰ ৰাজধানী…

ওদালগুৰিৰ জন্মান্ধ সঞ্জীৱে দেখুৱাইছে আদর্শঃ দিব্যাংগ বিদ্যালয় স্থাপন কৰি দিছে পাঠদান

নিয়মীয়া বাৰ্তা,৩ ডিচেম্বৰঃ পৃথিৱীৰ পোহৰ দেখি নোপোৱা আৰু ক’লা–বগা–ৰঙা–নীলা আদি কোনো ৰঙৰ পার্থক্য বুজি নোপোৱা এজন বিশেষভাৱে সক্ষম লোক ৷ নাম তেওঁৰ সঞ্জীৱ দাস ৷ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তর্গত কৌপাটি নেপালী গাঁৱৰ এটি দৰিদ্র পৰিয়ালৰ সন্তান…

মহিলাৰ সুৰক্ষা

যিখন দেশত শক্তিৰ অধিষ্ঠাত্রীৰূপে দুর্গা দেৱীক, বিদ্যাৰ অধিষ্ঠাত্রীৰূপে সৰস্বতী দেৱীক, ধন–সম্পদৰ অধিষ্ঠাত্রীৰূপে লক্ষ্মী দেৱীক পূজা–র্চনা কৰা হয় সেইখন দেশতে নিৰাপদ নহয় মহিলাসকল৷ কন্যা শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধাসকলৰ সুৰক্ষাৰ বাবে দেশজুৰি বহু…