পানী খোৱাৰ নিয়ম
• শৰীৰৰ মুঠ ওজনৰ প্রায় দুই–তৃতীয়াংশ অর্থাৎ ৬০ শতাংশ পানী৷ ইয়াৰে মাত্র দুই শতাংশ কমিলেই ডিহাইড্রেচন হ’ব পাৰে৷
• মুখ, নাক, গলৰ ভিতৰ অংশ, হাঁওফাঁও, শ্বাসতন্ত্র, পাচন প্রণালী, মগজু, হূদপিণ্ড, গাঁঠি, মাংসপেশী, ৰক্ত, লেলাউটিৰ লগতে পাচন ক্রিয়াত…