নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেভিছ কাপত পাকিস্তানক ৪-০ ত হৰুৱালে ভাৰতে

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ ভাৰতে ডেভিছ কাপৰ ২০২০ ৰ কোৱালিফায়াৰত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে । কাজাখস্তানৰ নুৰ-চুলতানত অনুষ্ঠিত ডেভিছ কাপ কোৱালিফায়িং মেচখনত চিৰপ্ৰতিদ্বন্দী পাকিস্তানক ৪-০ ত শোচনীয়াভাৱে পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ…

এনআইএত ৭৯ পদ খালী

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনস্থ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী চমুকৈ এনআইএত খালী হৈছে ৭৯সংখ্যক পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ খালী পদসমূহৰ ভিতৰত…

ছেইলত ১৪৮ পদত মকৰল

ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়া লিমিটেড চমুকৈ ছেইলত খালী হৈছে এগজিকিউটিভ আৰু নন–এগজিকিউটিভৰ মুঠ ১৪৮ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নতুন দিল্লীস্থিত ছেইলৰ মানৱ সম্পদ বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি…

বায়ুসেনাত ২৪৯ পদত নিযুক্তিৰ জাননী

ভাৰতীয় বায়ুসেনাত ২৪৯ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনাৰ নিযুক্তি বিভাগৰ বিষয়াই এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া…

প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ

প্রাকৃতিক ভাষা প্রক্রিয়াকৰণ(Natural Language Processing) বা NLP’ হৈছে কম্পিউটাৰ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা আৰু গণনীয় ভাষাতত্ত্বৰ এক ক্ষেত্র, যি মানুহৰ ভাষা আৰু কম্পিউটাৰৰ পৰস্পৰৰ সম্পর্কৰ দ্বাৰা গঠিত৷ প্রাকৃতিক ভাষা প্রক্রিয়াকৰণৰ ইতিহাস…

ক্রীড়া পাঠ্যক্রম

সম্প্রতি ক্রীড়াৰ লগত সংস্থাপনৰ দিশটো এনেধৰণে সংপৃক্ত হৈ পৰিছে যে ক্রীড়া পাঠ্যক্রম শিক্ষার্থীৰ বাবে উজ্জীৱিত কেৰিয়াৰ হিচাপে পৰিগণিত হৈছে৷ ক্রীড়াৰ লগত প্রত্যক্ষভাৱে বাণিজ্যিক দিশটো জড়িত হোৱাৰ বাবেও ক্রীড়া ক্ষেত্রত সংস্থাপনৰ পৰিসৰ বৃদ্ধি…

খেলো ইণ্ডিয়া যুথ গেমছৰ ল’গ’-মেছকট-জাৰ্ছী-থীম ছং মুকলি

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ গুৱাহাটীত অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া তৃতীয় বাৰ্ষিক খেলো ইণ্ডিয়া যুথ গেমছৰ ল'গ'-মেছকট-জাৰ্ছী-থীম ছং শনিবাৰে মুকলি কৰা হয় । সৰুসজাই এথলেটিক ষ্টেডিয়ামৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত আয়োজিত এখ আটকধুনীয়া…

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে অসমীয়াৰ সম্ভাব্য প্রশ্নোত্তৰ

নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ অতি চমু উত্তৰ দিয়া– ১৷ ড০ কুলেন্দু পাঠকৰ জন্মস্থান ক’ত? উত্তৰঃ ড০ কুলেন্দু পাঠকৰ জন্মস্থান নগৰবেৰাত৷ ২৷ ড০ কুলেন্দু পাঠকে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰিছিল? উত্তৰঃ ড০ কুলেন্দু পাঠকে…

চীনৰ ছুপাৰ ভিলেজ হুয়াক্সি : যাৰ প্রতিগৰাকী গাঁওবাসী কোটিপতি

ছুপাৰ ভিলেজ ৷ অর্থাৎ বিশেষত্বৰে ভৰা গাঁও এখন৷ গাঁওখনৰ নামৰ আগত যিহেতু ‘ছুপাৰ’ শব্দটো ব্যৱহাৰ হৈছে, গতিকে নিশ্চয় এই গ্রাম স্বকীয় বৈশিষ্ট্যতাৰে পৰিপূর্ণ হ’বই৷ সেয়া লাগিলে যোগাত্মকেই হওক অথবা ঋণাত্মকেই৷ গাঁও বুলি ক’লে সচৰাচৰ কেঁচা বাট–পথ,…

সামাজিক মাধ্যমৰ বিষয়ে জানো আহক

সম্প্রতি সামাজিক মাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ জনমত প্রকাশৰ বাবে সামাজিক মাধ্যমে এক নতুন পথ সৃষ্টি কৰিছে৷ প্রযুক্তিবিদ্যাৰ আৱিষ্কাৰৰ ফলত ইণ্টাৰনেটৰ জৰিয়তে ভিন্নজনে ভিন্ন মাধ্যমেৰে ভিন্ন তথ্য লাভ কৰাৰ উপৰি পৃথিৱীৰ ভিন্ন ঠাইৰ ভিন্ন…