নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেবাৰ পার্টীৰ নেতৃত্বৰ দৌৰত ভাৰতীয় মূলৰ লিছা নন্দী

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ব্রিটেইনত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা সংসদীয় নির্বাচনত লেবাৰ পার্টীৰ শোচনীয় পৰাজয়ৰ পাছত দলটোৰ নেতা জেৰেমী কর্বিনৰ বিদায় নিশ্চিত হৈ পৰিছে ৷ দলটোত কর্বিনৰ স্থলাভিষিক্ত হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় মূলৰ…

আজিৰে পৰা পুনৰ খুলিব সুৰাৰ বিপণীসমূহ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ আজিৰে পৰা পুনৰ খোলা হ'ব কামৰূপ(ম) জিলাৰ সুৰাৰ বিপণীসমূহ। CAAৰ বিৰুদ্ধে মহানগৰীত প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে প্ৰশাসনে বন্ধৰ নিৰ্দেশ দিছিল সুৰাৰ বিপণীসমূহ। কিন্তু আজিৰে পৰা পুনৰ আগৰ দৰেই খোলা থাকিব সুৰাৰ…

চাৰি মাহৰ ভিতৰত অযোধ্যাত ৰাম মন্দিৰৰ নির্মাণ আৰম্ভ হ’বঃ শ্বাহ

নিউজ ডেস্ক, ১৭ ডিচেম্বৰঃ অযোধ্যাত চাৰি মাহৰ ভিতৰত সুউচ্চ ৰাম মন্দিৰ নির্মাণ প্রক্রিয়া আৰম্ভ হ’ব ৷ ঝাৰখণ্ডৰ বিধানসভা নির্বাচন উপলক্ষে পাকুৰত বিশাল নির্বাচনী সভাত অংশ লৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে চাৰি মাহৰ ভিতৰত ভগৱান ৰামৰ বিশাল…

শাহুৱেক ৰাব্ৰী দেৱীৰ শাৰীৰিক আতিশয্যৰ বলি ঐশ্বর্য ৰায়

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ বিহাৰৰ প্রাক্তন মুখ্যমন্ত্রী ৰাব্ৰী দেৱীয়ে বোৱাৰীয়েক ঐশ্বর্য ৰায়ক শাৰীৰিক আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ দেওবাৰে পাটনাৰ ১০ চার্কুলাৰ ৰ’ডস্থিত বাসস্থানত ৰাব্ৰী দেৱীয়ে এই আতিশয্য চলোৱা বুলি ছচিৱালায়া আৰক্ষী…

“হিংসাৰে কেতিয়াও সমাধান নহয়”-‘কা’ক লৈ মন্তব্য অভিনেতা অজয় দেৱগণৰ

নিউজ ডেস্ক, ১৭ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰোধিতাৰে অব্যাহত ৰখা প্রতিবাদী কার্যসূচীত সংঘটিত হিংসাত্মক কার্যকলাপত উদ্বিগ্ণতা প্রকাশ কৰিছে বলীউডৰ অভিনেতা অজয় দেৱগণে ৷ নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ…

সংসদীয় ষ্টেণ্ডিং কমিটীৰ গুৱাহাটী ভ্ৰমণ স্থগিত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ গৃহ মন্ত্ৰণালয়ৰ সংসদীয় ষ্টেণ্ডিং কমিটীৰ শ্বিলং আৰু গুৱাহাটী ভ্ৰমণ কাৰ্যসূচী স্থগিত ৰখা হৈছে । সংবিধান (১২৫ সংখ্যক সংশোধন) বিধেয়ক ২০১৯ ৰ বাবে অহা ১৮-২১ ডিচেম্বৰলৈ কমিটীয়ে ভ্ৰমণ কৰাৰ কথা আছিল । ৰাজ্যৰ পাৰ্বত্য…

২০২১ত ক্ষমতালৈ আহিলে ‘কা’ আঁতৰাব কংগ্রেছে

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ২০২১ চনত ৰাজ্যত কংগ্রেছ দল ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন (কা) অসমৰ পৰা আঁতৰাই ৰখাৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছে প্রদেশ কংগ্রেছে ৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুৰ বৰাই সোমবাৰে ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত…

উন্নাও ধর্ষণ গোচৰ : দোষী সাব্যস্ত নিলম্বিত বিজেপি বিধায়ক কুলদীপ সেনগাৰ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ উত্তৰপ্রদেশৰ উন্নাও জিলাত দুবছৰ পূর্বে শিশুক অপহৰণ আৰু ধর্ষণৰ গোচৰত নিলম্বিত বিজেপি বিধায়ক কুলদীপ সেনগাৰ দোষী সাব্যস্ত হৈছে ৷ দিল্লীৰ জিলা ন্যায়াধীশে উন্নাও ধর্ষণ গোচৰত বিধায়ক কুলদীপ সেনগাৰক দোষী সাব্যস্ত কৰাৰ…

নাগৰিকত্ব আইনৰ বিৰুদ্ধে আবেদনৰ প্ৰথম শুনানি বুধবাৰে

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্যবাসীৰ ধাৰাবাহিক আন্দোলনৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাক কেন্দ্ৰ কৰি আগ্নিগৰ্ভা হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি । ৰাজপথৰ ব্যাপক আন্দোলনক গুৰুত্ব প্ৰদান নকৰি নাগৰিকত্ব সংশোধনী আইন (কা) বলৱৎ কৰাৰ…

বিপিন ৰাৱটৰ পিছত কোন হ’ব ভাৰতীয় সেনাৰ নতুন মুৰব্বী ?

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নৰৱানে হ'ব দেশৰ পৰৱৰ্তী ভাৰতীয় সেনাৰ মুৰব্বী। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ তাৰিখে ভাৰতীয় সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটৰ কাৰ্যকাল অন্ত পৰিব আৰু তাৰ পাছতেই নতুন সেনা প্ৰধানৰ দায়িত্বভাৰ…