সতীশ মামা-আধুনিক দধীচি
ড০ জয়ন্ত বিশ্ব শৰ্মা
সতীশ (শর্মা) মামা (জন্ম ৮ মার্চ, ১৯৪৯)ৰ আজি (৯ ডিচেম্বৰ, ২০১৯) দেহাৱসান হ’ল৷ মামা আমাৰ মাৰ সম্পর্কীয় খুৰাকৰ ল’ৰা৷ লৰমা গাঁৱৰ একেখন চোতালৰে দুভাগে আতাহঁতৰ ঘৰ৷ সতীশ মামাই ১৯৬৮ চনত পশ্চিম বডিগোগ উচ্চতৰ মাধ্যমিক…