২০২৭ চনৰ পৰা CBT পদ্ধতিত হ’ব NEET, ঘোষণা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ
ডিজিটেল ডেস্ক, ১৫ মে' : NEET পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে আগন্তুক বছৰৰ পৰা সম্পূৰ্ণ সলনি হ’ব পৰীক্ষা পদ্ধতি। বহী-কলমৰ পৰিৱৰ্তে এতিয়াৰ পৰা কম্পিউটাৰ বেছড টেষ্ট (চিবিটি) পদ্ধতিত অনুষ্ঠিত হ’ব চিকিৎসা শিক্ষাৰ প্ৰৱেশিকা পৰীক্ষা। NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংবাদ মাধ্যমৰ…
Read More...