নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত আফিংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা ,  ১০ নবেম্বৰ :- ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত আৰক্ষীৰ অভিযান । অভিযানকাৰী দলে কেইবা লক্ষাধিক টকা মূল্যৰ আফিংসহ দুই আফিং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ । ধৃত সৰবৰাহকাৰী দুজন হৈছে ৰঙিয়াৰ উদিয়ানাৰ কৈলাস কলিতা আৰু দিলোৱাৰ হুছেইন । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে উদ্ধাৰ কৰে ১ কেজি ৩০৯ গ্ৰাম নিষিদ্ধ আফিং ।

You might also like