নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গোৎসৱৰ মাজতে বঙাইগাঁৱত নিশা অঘটন

  •  সতীৰ্থৰ চুৰিকাঘাতত নিহত ২২ বছৰীয়া যুৱক ৷
  • নিহত যুৱকজন গোন্ধৰ্ৱ বৰ্মন ওৰফে গোপাল বৰ্মন।
  •   পাগলাস্থানৰ নিউ ক’লনিত সংঘটিত হয় এই ঘটনা ৷
  • পথৰ দাতিত মুৰ্মুষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি পৰিয়ালে ৷
  • যুৱকজনক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
  • সম্প্ৰতি পলাতক অভিযুক্ত ৰাজু মহতো ৷
You might also like