নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত দশমী পূজা

  নিয়মীয়া বাৰ্তা  ১৫ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ আজি দশমী বিহিত পূজা। দশমী পূজা উপলক্ষ্যে আজি পুৱাৰে পৰা নগাঁও চহৰৰ লগতে জিলাখনৰ চাৰি শতাধিক পূজা মণ্ডপত জনসমাগম পৰিলক্ষিত হয়।

 

 

সকলোৱে মা দূৰ্গাৰ আৰ্শীবাদ বিচাৰি এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে।

You might also like