নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কা বাতিলৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ: “কা “বাতিলৰ দাবীত গোলাঘাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আজি গোলাঘাটত কা বাতিলৰ লগতে কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত গোলাঘাট উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অখিল গগৈ মুক্তি দিয়ক, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, বি জে পি চৰকাৰ গ বেক আদি বিভিন্ন শ্ল গানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চলটিৰ পৰিবেশ।

You might also like