নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতীগড় চাহ বাগিচাৰ সহঃ পৰিচালক সন্দীপ গোস্বামী নিৰুদ্দেশ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাৰ সহঃ পৰিচালক সন্দীপ কুমাৰ গোস্বামী নিৰুদ্দেশ হৈ আছে।

জানিব পৰা মতে, গোস্বামীয়ে নিজৰ এছ-১২ ৱাই-৬৫৬২ নম্বৰৰ গাঢ়ীখন লৈ কালি সন্ধিয়া নিজৰ আৱাসৰ পৰা পানেৰীলৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে।

আৰক্ষীয়ে এই সন্দৰ্ভত তেওঁ আৱাসত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

You might also like