নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান নতুন পাৰাত ২ টা চিলিণ্ডাৰ বিস্ফোৰণ; ৪ টা পৰিয়ালৰ বাসগৃহ জ্বলি ভস্মিভূত

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ দুলীয়াজান নতুনপাৰাৰ অঞ্চলৰ হনুমান মন্দিৰৰ সমীপত ২ টাকৈ চিলিণ্ডাৰ ভয়াবহ বিস্ফোৰণত ক্ষণিকতে জ্বলি ছাৰখাৰ হয় ৪ টাকৈ পৰিয়ালৰ বাসগৃহ । বুধবাৰে সন্ধিয়া প্ৰায় ৮ বজাত সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড ।

ঘটনাক্ৰমে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই চিলিণ্ডাৰ বিস্ফোৰণত শিৱপ্ৰসাদ গুপ্তা নামৰ ব্যক্তিগৰাকীৰ ৪ টাকৈ ভাড়াতীয়া পৰিয়ালৰ বাসগৃহ জ্বলি ভস্মিভূত হয় ।

You might also like