- কাজিৰঙাৰ আৰক্ষী অতিথিশালাত অঘটন৷
- .303 ৰাইফলৰ গুলীত গুৰুতৰভাৱে আহত লোহিত গোঁহাই নামৰ এজন গৃহৰক্ষী জোৱান৷
- বৃহস্পতিবাৰে মাজনিশা প্ৰায় এটা বজাত সংঘটিত এই ঘটনাত আহত লোহিত গোহাঁই সংকটজনত অৱস্থাত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন৷
- আৰক্ষীৰ মতে দুৰ্ঘটনাবশতঃ গুলী ফুটি আহত লোহিত গোহাঁই।
- আহত গোহাঁইৰ ঘৰ গোলাঘাট জোনাকী নগৰত৷
- বৃহস্পতিবাৰে মাজনিশা সংঘটিত হোৱা ঘটনাটো গাপ দিয়া চেষ্টা গোলাঘাট আৰক্ষীৰ।
ডিজিটেল ডেস্ক, ২৮ ফেব্ৰুৱাৰী