দেহৰ ওপৰেৰে উঠি গ’ল মাটি কঢ়িওৱা ট্ৰাক, মাতৃৰ মৃত্যু, জীয়ৰীৰ অৱস্থা সংকটজনক
ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে মাটি কঢ়িওৱা ট্ৰাকখন
- নগাঁৱৰ মোল্লাপটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
- মাতৃ আৰু জীয়াৰী স্কুটী চলাই আহি থকাৰ সময়তে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
- মাটি কঢ়িওৱা ট্ৰাক ওপৰেদি উঠি যোৱা ফলত মৃত্যু হয় মাকৰ।
- আনহাতে জীয়েকক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
- ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে মাটি কঢ়িওৱা ট্ৰাকখন।
- মৃত মহিলাগৰাকী বেবেজীয়াৰ মৃদুলা শইকীয়া বুলি জানিব পৰা গৈছে।
বিশেষ বাৰ্তা, নগাঁও, ১০ ডিচেম্বৰ