অভেলত গিল বাহিনীৰ দুর্দান্ত প্রদর্শন, ছিৰিজ ড্র
ইংলেণ্ড আৰু ভাৰতৰ মাজত কেনিংটন অভেলত অনুষ্ঠিত ৫ম টেষ্টত ভাৰত ৬ ৰানত ইংলেণ্ডক পৰাস্ত কৰি ছিৰিজত ২‑২ত সমতা স্থাপন কৰিছে!
ইংলেণ্ডক আজি জয়ৰ বাবে ৩৫ ৰানৰ লক্ষ্য পূৰণ কৰিব লাগিছিল, কিন্তু 6 ৰানত ভাৰতৰ হাতত পৰাস্ত হয়!
মহম্মদ ছিৰাজে চতুৰ্থ ইনিংছত ৫ উইকেট লাভ কৰি মেচৰ নায়ক হয়!