নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়া এৰাই চলিছে গোটেই ইংলেণ্ড দলটোৱে! কিন্তু কিয়? ক’লে ষ্টুৱাৰ্ট ব্ৰডে…

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে সামাজিক মাধ্যমৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে! ষ্টুৱাৰ্ট ব্ৰডৰ কথাত সেই কথাৰেই ইংগিত পোৱা গ’ল। কিন্তু ইংলেণ্ড ক্ৰিকেট দলে কিয় এৰিব বিচাৰিছে?

আচলতে ছ’চিয়েল মিডিয়াত ক্রমেই বৃদ্ধি পাইছে ব্যক্তিগত আক্রমণৰ প্রৱণতা। বিভিন্ন সময়ত নানা বিষয়ক লৈ কটু বাক্য, কটাক্ষৰ লগতে বর্ণবিদ্বেষৰ চিকাৰ হৈ আহিছে ক্রিকেটাৰসকল।

ইতিমধ্যেই ইংলেণ্ডৰ একাধিক ফুটবল ক্লাব এই একেই কাৰণে ছ’চিয়েল মিডিয়া বয়কট কৰিছে।

You might also like