নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ্থত স্তব্ধ ভাৰত : টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ

🔴বিশ্বকাপত প্ৰথম পৰাজয় ভাৰতৰ
🔴দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হয় ভাৰতীয় দলটো।
🔴সূৰ্যকুমাৰৰ অৰ্ধশতকেৰে ভাৰতীয় দলে সংগ্ৰহ কৰে ১৩৩ ৰান।
🔴সূৰ্যকুমাৰে খেলে ৬৮ ৰানৰ সুন্দৰ ইনিংছ।
🔴দক্ষিণ আফ্ৰিকাৰ হৈ লুংগী এনগিৰিয়ে লাভ কৰে ৪টা উইকেট।
🔴দক্ষিণ আফ্ৰিকাৰ হৈ এইডেন মাৰ্কৰামে খেলে অৰ্ধশতকীয় ইনিংছ।
🔴মাৰ্কৰামে কৰে ৫২ ৰান।
🔴দৰ্শনীয় বেটিঙেৰে ভাৰতৰ পৰা বিজয় কাঢ়ি নিয়ে ডেভিদ মিলাৰে।
🔴দলক বিজয় প্ৰদান কৰা ডেভিদ মিলাৰে ৫৫ ৰানৰ এক সুন্দৰ ইনিংছ খেলে।

You might also like