নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লজ্জাজনক! এডিলেইডত ৩৬ ৰানত আত্মসমৰ্পন কোহলীৰ, টেষ্টত সৰ্বনিন্ম স্কৰ টীম ইণ্ডিয়াৰ

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ এডিলেইড টেষ্টৰ তৃতীয় দিনাই ঘৰুৱা দল অষ্ট্ৰেলীয়াৰ হাতত আত্মসমৰ্পন কৰিলে বিৰাট কোহলী নেতৃত্বাধীন টীম ইণ্ডিয়াই। প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলে মাত্ৰ ৩৬ ৰানহে কৰিবলৈ সক্ষম হয়। খেলৰ মাজতে মোহাম্মদ শ্বামীয়ে হাতত আঘাত পায় আৰু বেটিং অব্যাহত ৰাখিব নোৱাৰিলে। এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথম ঐতিহাসিক গোলাপী বল টেষ্টত কোহলী ব্ৰিগেডৰ বাবে লজ্জাজনক আছিল। টেষ্ট ইতিহাসত এয়া আছিল ভাৰতৰ বাবে সৰ্বনিম্ন স্কৰ।

You might also like