নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

AASU

আজি অমিত শ্বাহ–বিপ্লৱ শর্মা নেতৃত্বাধীন সমিতিৰ বৈঠক; ভাগ নলয় আছুৱে

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ লগত আজি এক বৈঠকত মিলিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ নিমন্ত্ৰণমৰ্মে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা নেতৃত্বাধীন সমিতিৰ…

আছুৱে গঠন নকৰে বিকল্প ৰাজনৈতিক দল, ৰাইজে ল’ব সিদ্ধান্ত !

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাই কোনো ৰাজনৈতিক দল গঠন নকৰে । অসমত বিকল্প ৰাজনৈতিক দল গঠনক লৈ চৰ্চা চলি থকাৰ সময়তে দিল্লীৰ এখন সংবাদমেল সম্বোধন কৰি আছুৰ শীর্ষ নেতৃত্বই এই কথা স্পষ্ট কৰি দিয়ে৷ লক্ষণীয়ভাৱে সংবাদ মেলত অসমত…

আৰু মাৰ নাখাওঁ, এতিয়া ওলোটাই মৰাৰ সময়

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনক লৈ শিল্পী, ছাত্ৰ সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে জুবিন গাৰ্গৰ ঘোষণা গঠন কৰিম নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দল । শনিবাৰে শুৱালকুছিত সদৌ অসম ছাত্ৰ সন্থা আৰু শিল্পী…

কি হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী কাৰ্যসূচী ? কি ক’লে ড০ সমুজ্জ্বল ভট্টাচার্যই…

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ "ল'ৰা-ছোৱালীয়ে আন্দোলনো কৰিব আৰু সমান্তৰালকৈ পঢ়া শুনাও কৰিব, লগতে শিল্পীসমাজে নিজৰ সৃষ্টিও কৰিব আৰু আন্দোলনো কৰিব ।" -আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য । ৰাজ্যত শাম কটা নাই নাগৰিকত্ব সংশোধনী…

নুমলীগড় শোধানাগাৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

গুৱাহাটী ১৫ নৱেম্বৰঃ নুমলীগড় শোধানাগাৰৰ শোধন ক্ষমতা ৯ মিলিয়ন টনলৈ ক্ষমতা বৃদ্ধি কৰি শীঘ্ৰেই এন আৰ এলৰ কাম সম্প্ৰহসাৰণৰ দাবীত নুমলীগড়ত আজি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই গণ সত্যাগহ কাৰ্যসূচী ৰূপায়ন কৰে। আছুৱে সকীয়াই দিয়ে অসম আন্দোলনৰ ফচল…